ELTA

সিদ্ধান্ত আপোনাৰ
দায়িত্ব আমাৰ

05/09/2024

Teachers' day celebration 🎉

Photos from ELTA's post 05/09/2024

ELTA ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আৰু ELTA ৰ শিক্ষক সকলৰ উদ্যোগত আজি ইং ৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ELTA শিক্ষা অনুষ্ঠিত ৬৩ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয়।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত আলহাজ নুৰুল হুছেইন হাই স্কুলৰ প্ৰধান শিক্ষক মাননীয় আলাল উদ্দিন ছাৰ উপস্থিত থাকে লগতে আমাৰ মহান শিক্ষাগুৰু সকলৰ সৈতে স্থানীয় সমাজকৰ্মী ছুবেদ আলী ডাঙৰীয়া উপস্থিত থাকে, আমাৰ স্থানীয় সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে।
সকলোলৈ ELTA ৰ পৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 🙏

31/08/2024

Hi friends
আমি Class- X ৰ ছাত্ৰ। ✌️

28/08/2024

গোল আলু – Potato (পটেটো)
টমেটো – Tomato (টম্যাটো)
গোল/তাল বেগুন – Brinjal (ব্রিনজাল)
লম্বা বেগুন – Eggplant (এগপ্লান্ট)
করলা – Balsam Apple (বোলসাম এ্যাপেল)
পটল – Pointed gourd (পয়েন্টেড গোর্ড)
লাউ/কদু – Bottle Gourd (বটল গোর্ড)
মটর শুঁটি – Green Pea(গ্রীন পী)
কাঁচা পেঁপে – Green Papaya (গ্রীন পাপ্যায়া)
কাঁকরোল – Sweet Bitter Gourd (সুইট বিটার গোর্ড)
শসা – Cucumber (কিউকাম্বার)
গাঁজর – Carrot (ক্যারট)
ফুলকপি – Cauliflower (কলি ফ্লাওয়ার)
মুলা – Radish (র‍্যাডিস)
ঝিংগে – Rige Gourd (রিজ গোর্ড)
চাল কুমড়া – Green Cucumber (গ্রীন কিউকাম্বার)
মিষ্টি আলু – Sweet Potato (সুইট পটেটো)
সাজনা – Drum Stick (ড্রাম স্টিক)
বরবটি – Asparagus Bean (অ্যাস্প্যারাগাস বিন)
চিচিংগা/চিচিংগা – Snake Gourd (স্নেক গোর্ড)
মিষ্টি কুমড়া – Pumpkin (পামকিন)
কাঁচা কলা – Green Banana (গ্রীন ব্যানানা)
পুঁই শাক – Basil (বেসিল)
পালং শাক – Spinach (স্পিনাজ)
কচু – Arum (অ্যারাম)
কচুর লতি – Arum (অ্যারাম)
Arum-lobe কচুর লতি।
সিম – Bean (বিন)
ঢেঁড়স – Lady’s Finger (লেডিস ফিংগার)
কচুর ছড়া – Arum (অ্যারাম)
কলার মোচা – Plantain Flower (প্লান্টেইন ফ্লাওয়ার)
কলমি শাক – Bindweed (বাইন্ডউইড)
শালগম – Turnip (টারনিপ)
লাল শাক – Read Leafy (রেড লিফি)
Cress হেলেঞ্চা শাক।
বাঁধাকপি – Cabbage (ক্যাবেজ)
মাশরুম – Mushroom (মাশরুম)
ভূট্টা – Maize (মেইজ)
শিমলা মরিচ – Capsicum (ক্যাপ্সিকাম)
পেঁয়াজ – Onion (অনিয়ন)
রসুন – Garlic (গার্লিক)
আদা – Zinger (জিনজার)
হলুদ – Turmeric (টার্মারিক)
মরিচ – Red Chili (রেড চিলি)
ধনে পাতা – Coriander (করিয়্যান্ডার)
পুদিনা পাতা – Mint (মিন্ট)
লেবু – Lemon (লেমন)
কাঁচা মরিচ – Green Chili (গ্রীন চিলি)
Zucchini ধুন্দুল।
Leek পেঁয়াজ পাতা।
Grum ছোলা।
Lentils মসুর ডাল।
Lettuce লেটুসপাতা।
Drum-stick সজনে।
Eggplant সাদা বেগুন।

27/08/2024

কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব !

15/08/2024
15/08/2024
Photos from ELTA's post 15/08/2024

আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলাৰ বৰমাত অৱস্থিত ELTA Coaching centre ত পতাকা উত্তোলন কৰা হয়।
পতাকা উত্তোলন কৰে স্থানীয় সমাজকৰ্মী ELTA ৰ সভাপতি ছুবেদ আলী বেপাৰী ডাঙৰীয়া, সমাজকৰ্মী ছুৰহাব আলী ডাঙৰীয়াৰ লগতে স্থানীয় ৰাইজ আৰু উপস্থিত থাকে ELTA ৰ ছাত্ৰ ছাত্ৰী সকল।
ELTA ৰ ছাত্ৰ ছাত্ৰী সকলে স্বাধীনতা দিৱস উদযাপন কৰাৰ কিছুমান মূহুৰ্ত।
"জয় হিন্দ, জয় ভাৰত"

02/08/2024

ইয়াৰ দ্বাৰা ELTA ৰ পৰিয়ালৰ সমূহ ছাত্ৰ ছাত্ৰীক জনোৱা হয় যে অহা ইং- ১০ আগষ্ট ২০২৪ তাৰিখ বুধবাৰৰ পৰা ELTA ত "Class Test" অনুষ্ঠিত কৰা হ'ব।
বিষয় থাকিব- অংক, ইংৰাজী, সাধাৰণ বিজ্ঞান।

পৰিচালক
E LEARNING TUTORING ACADEMY
EKRAMUL HUSSAIN

Photos from ELTA's post 16/06/2024

Most important questions for all competitive exams.

28/04/2024

🌟🌟HSLC 2025 ৰ বাবে SEBA ৰ ফালৰ পৰা অহা নতুন নিৰ্দেশনাসমূহ::

🌟 HSLC 2025 (Class 10 final exam) ৰ প্ৰশ্নকাকতৰ ৪ টা OMR Set (A, B, C & D) থাকিব।

🌟এই বছৰৰ পৰা নৱম শ্ৰেণীত "কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স" নামৰ এটা নতুন ঐচ্ছিক বিষয় সংযোজন কৰা হ'ব।

🌟আটাইবোৰ Vocational বিষয়ৰ Practical নম্বৰসমূহ শৈক্ষিক বৰ্ষ ২০২৪-২৫ ৰ পৰা মুঠ নম্বৰৰ ৫০% হ'ব। (Commerce আৰু Computer Science ৰ ক্ষেত্ৰত এই নম্বৰ আগৰ দৰে ৩০% য়েই থাকিব)

🌟ছাত্ৰ-ছাত্ৰীয়ে MCQ আৰু Descriptive Questions দুয়োটাতে পৃথকে পৃথকে উত্তীৰ্ণ হ'ব লাগিব। আভ্যন্তৰীণ মূল্যায়নৰ ৫০% মাল্টিপল চয়ছ প্ৰশ্নত লাভ কৰা নম্বৰৰ সৈতে আৰু বাকী ৫০% নম্বৰ লাভ কৰা নম্বৰৰ সৈতে যোগ কৰা হ’ব বৰ্ণনাত্মক প্ৰশ্ন। তেনে ক্ষেত্ৰত এমচিকিউ অংশৰ বাবে উত্তীৰ্ণ নম্বৰ ১৩, আভ্যন্তৰীণ মূল্যায়নৰ বাবে উত্তীৰ্ণ নম্বৰ হ’ব বহু পছন্দৰ প্ৰশ্ন ২টা হ'ব লাগিব, আৰু বৰ্ণনাত্মক প্ৰশ্ন অংশৰ বাবেও একেধৰণৰ হ'ব।

🌟এতিয়াৰ পৰা নৱম আৰু দশমৰ Final পৰীক্ষাৰ সকলো vocational বিষয়ৰ Practical পৰীক্ষা "জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতি"ৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব।

🌟ইংৰাজী আৰু অন্যান্য ভাষা বিষয়ত সকলো প্ৰশ্ন কেৱল নিৰ্ধাৰিত পাঠ/অধ্যায়ৰ পৰা হোৱাটো প্ৰয়োজনীয় নহয়। অদৃশ্য অংশ, ব্যাকৰণৰ বস্তু ইত্যাদি থাকিব পাৰে।প্ৰশ্নবোৰ বিষয়বোৰৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি হ’ব।

🌟বিজ্ঞান আৰু গণিত বিষয়ত প্ৰশ্ন/সমস্যাসমূহ ধাৰণাভিত্তিক হ'ব যিবোৰ হয়তো পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহ'বও পাৰে। আনকি উদাহৰণ আৰু উল্লেখৰ পৰা অহা প্ৰশ্নবোৰো প্ৰশ্নকাকতত অন্তৰ্ভুক্ত হ’ব পাৰে। কিছুমান ক্ষেত্ৰত এমচিকিউসমূহে যোগফল/গণনাৰো প্ৰয়োজনীয়তা দিব পাৰে। প্ৰশ্নসমূহ বিষয়সমূহৰ বিষয়বস্তুৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হ’ব।

🌟বৃত্তিমূলক বিষয়কে ধৰি অন্যান্য বিষয়ৰ প্ৰশ্নৰ আৰ্হিও NEP 2020 ৰ নিৰ্দেশনা অনুসৰি সলনি কৰা হ'ব।

🌟গুণগত শিক্ষা প্ৰদান কৰিবলৈ, গণিত আৰু বিজ্ঞান বিষয়সমূহৰ "শিক্ষকৰ শক্তি প্ৰদান সম্পদ হাতপুথি" ছেবাৰ সৈতে জড়িত প্ৰতিখন বিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ব আৰু মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হ’ব ২০২৪ চনৰ মে’ মাহত।

14/04/2024

Class- 10 ৰ টিউচন বিচাৰি আছে যদি তেন্তে অহা ইং- 16/04/2024 তাৰিখ মঙ্গলবাৰৰ পৰা আমাৰ ELTA ত Class- 10 ৰ টিউচন ৰ পাঠদান আৰম্ভ কৰা হ'ব।

সময়- আবেলি 04:00 PM

ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে আমাৰ সৈতে যোগাযোগ কৰিব।
9101605934

09/04/2024

সিদ্ধান্ত আপোনাৰ,
দায়িত্ব আমাৰ।

08/04/2024

মনত ৰাখিব, এটা ভোটো মহত্বপূৰ্ণ।

30/03/2024

Class-X
A Letter to God
(Assamese Word Meaning)
অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে উপকাৰ হ'ব বুলি আশা কৰিছো। অনুগ্ৰহ কৰি Share কৰি দিব।

First day

1. Valley (ভেলী) : low line area at the bottom of hills, পাহাৰৰ নামনিত থকা সমতল অঞ্চল। (উপত্যকা)

2. Harvest: crop, উৎপাদিত শষ্য।

3. Need (নীড) : প্ৰয়োজন।

4. Intimately (ইন্টমেটলী) : ঘনিষ্ঠভাৱে।

5. Least (লিস্ট) : কমেও।

6. Sky towards (স্কাই টুওয়াৰ্ডস) : আকাশৰ ফালে।

7. Downpour (ডাউনপুৰ) : mild rain, মুষল ধাৰে পৰা বৰষুণ।

8. River (ৰিভাৰ) : নদী।

9. Crest: top of hills , পাহাৰৰ শিখৰ।

10. Regarded: gazed at, থৰ লাগি চোৱা।

2nd day

1. Supper (সাপাৰ) : ৰাতিৰ আহাৰ।

2. Older (ওল্ডেৰ) : পুৰণি।

3. Near (নেয়াৰ) : ওচৰ।

4. Huge (হাগ) : বিশাল।

5. Mountains (মৌনটেন্স) : পৰ্বতমালা।

6. Clouds (ক্লাউডস) : ডাৱৰ।

7. Approaching (অপপ্ৰয়াচিং) : coming near in position, কাষ চাপি অহা।

8. Pleasure (প্লেয়াসুৰে) : আনন্দ।

9. Raindrops (ৰাইন্দ্ৰোপস) : বৰষুণৰ টোপাল।

10. Fresh (ফ্ৰেশ) : সতেজ।

11. Satisfied (সাতিস্ফিয়েদ) : সন্তুষ্ট।

12. Corn (ক্ৰন) : মাকৈ।

3rd Day

1. Draped (দ্ৰুপদ) : মেৰিয়াই থোৱা।

2. Suddenly (সাদদেনলী) : হঠাতে।

3. Resemble (ৰিসেম্বল) : সদৃশ।

4. Themselves (ডেমসেলভস) : নিজেই।

5. Frozen (ফ্ৰোজেন) : হিমায়িত।

6. Hope (হোপ) : আশা।

7. Quickly (কুইকলি) : সোনকালে।

8. Hail (হেইল) : শিলাবৃষ্টি।

9. Hillside (হিলসাইড) : পাহাৰ।

10. Covered (কাভাৰ্ড) : আৱৰা।

11. Destroyed (ডেষ্ট্ৰয়েড) : ধ্বংস কৰা।

12. Plant (প্লান্টে) : উদ্ভিদ।

13. Soul (সল) : আত্মা।

14. Sadness (সেডনেস) : দুখ।

15. Storm (ষ্টৰ্ম) : ধুমুহা।

4th day

1. Sons (সন্স) : পুত্ৰ।

2. Sorrowful (সৰ্ৰউফুল) : filled with sorrow, বিষাদেৰে ভৰি পৰা। দুখী।

3. Solitary (সলিটাৰি) : lonely, নিঃসঙ্গ, অকলশৰীয়া।

4. Upset (আপসেট) : বিচলিত।

5. Dies (ডাইস) : মৃত্যু হোৱা।

6. Instructed (ইনস্ট্ৰাটেড) : নিৰ্দেশিত।

7. Deep (ডিপ) : গভীৰ।

8. Conscience (কনচিয়েন্স) : বিবেক।

9. Daybreak (ডেৰ্বিক) : দিলৰ ভাগ।

10. Carry (কেৰী) : কঢ়িয়াই নিয়া।

11. Troubled (ট্ৰাবলড) : সমস্যাগ্ৰস্ত।

12. Stamp (স্ট্যাম্প) : মোহৰ।

13. Employee (এমপ্লয়ী) : কৰ্মচাৰী।

14. Amiable (এমাইএবোল) : অমায়িক।

15. Broken (ব্ৰোকেন) : ভঙা।

16. Immediately (ইমিডিয়েটলি) : লগে লগে।

17. Turn (ৰ্টান) : পাক।

18. Serious (সিৰিয়াস) : গুৰুতৰ।

19. Comment (কমেন্ট) : মন্তব্য কৰা।

20.Correspondence (কৰেসপন্ডেন্স) : চিঠিপত্ৰ।

5th day

1. Faith (ফেইথ) : বিশ্বাস।

2. Evident (এভিডেন্ট) : স্পষ্ট।

3. Goodwill (গুডউইল) : সদিচ্ছা।

4. Ink (ইঙ্ক) : চিয়াঁহী।

5. Obliged (অবলিগড) : বাধ্য।

6. Farmer (ফাৰমাৰ) : খেতিয়ক।

7. Containing (কনটেইনিং) : অন্তৰ্ভূক্ত।

8. Signature (চিগনেসাৰ) : চহী।

9. Earlier (আৰলিয়াৰ) : আগতে।

10. Usual (ইউযুএল) : সচৰাচৰষ।

11. Handed (হেন্ডেড) : হস্তান্তৰ।

12. Experience (এক্সপিৰিয়েন্স) : অভিজ্ঞতা।

13. Contentment (কন্টেন্টমেন্ট) : সন্তুষ্টি।

14. Slightest (স্লাইটেস্ট) : সামান্য।

15. Mistake (মিস্টেক) : ভুল।

16. Window (উইন্ডও) : খিৰিকী।

17. Cause (কাউস) : কাৰণ।

18. Effort (এফৰ্ট) : প্ৰচেষ্টা।

19. Bunch (বানছ) : গোট।

20. Crooks (ক্ৰোকছ) : দুষ্ট।

6th day

1. Hailstones: small balls of ice that fall like rain, শিলবৰষুণ।

2. Locusts: insects which fly in big swarms, কাকতী ফৰিং।

3. Sow: plant crops, শষ্যৰ বীজ সিঁচা।

4. Heartily: without restraint, প্ৰতিবন্ধকতা নোহোৱাকৈ।

5. Resolution: decision, সিদ্ধান্ত।

6. Charity: help, সহায়।

7. Deed: action, কাম।

8. denied: refused, প্ৰত্যাখ্যান কৰা।

9. Wrinkling: folding, ভাজ কৰি।

10. Affixed: attached, লগাই দিয়া।

11. Crook: dishonest person, প্ৰবঞ্চক।

26/03/2024

After class 10

15/02/2024

"আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভবিষ্যত।"

অহাকলি অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ সমূহ পৰিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

ধন্যবাদ

04/02/2024

বৰমা গুলজাৰ হুছেইনৰ বিয়া।
তোমাৰ যুগ্ম জীৱনৰ মংগল কামনা কৰো।

10/01/2024

Family of ELTA 🌿🌿💚

Photos from ELTA's post 09/01/2024

Educational tour
To
Date- 7/1/2024

Photos from ELTA's post 08/01/2024

Happy birthday Muntahina

Want your school to be the top-listed School/college in Nagaon?
Click here to claim your Sponsored Listing.

Videos (show all)

Teachers' day celebration 🎉
78th Independence Day
After class 10
বৰমা গুলজাৰ হুছেইনৰ বিয়া।তোমাৰ যুগ্ম জীৱনৰ মংগল কামনা কৰো।
Family of ELTA 🌿🌿💚
India to Bhutan (Students)
Teachers day
Independence Day 2023  🇮🇳
Hindustan Zindabad 🇮🇳🇮🇳🇮🇳
Teacher 💚
দেশৰ বাবে বিৰল গৌৰৱৰ মুহূৰ্ত!বহু প্ৰতীক্ষিত চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ সৈতে জড়িত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO - Indi...

Website

Address


Nagaon

Other Education & Learning in Nagaon (show all)
TechZag TechZag
Nagaon

Welcome to Our Page "Mujahidul" My name Mujahidul Islam /Live in Assam . Thanks for your support

Nh Khan Tech-09 Nh Khan Tech-09
Rupahi College
Nagaon

আপোনালোকৰ সুবিধাৰ্থে মই মোৰ page ৰ দ্বাৰা smart phone আৰু internet সমন্ধীয় video আগবঢ়াম । জয় আই অসম

Dr. APJ Abdul Kalam Memorial Academy, Uttar Khatowal, Nagaon, Dr. APJ Abdul Kalam Memorial Academy, Uttar Khatowal, Nagaon,
Uttar Khatowal, Rupahi
Nagaon, 782124

A Reliable School for Providing Modern and Quality Education Medium : English and Assamese

Dharitri Saikia Office short video promotion Dharitri Saikia Office short video promotion
782140, Sibasthan, Nagaon (Koliabor)
Nagaon, 782140

welcome to my pages,Dharitri saikia official short Instagram and Facebook reels video promotion.