নর্থ লখিমপুৰ কলেজ প্ৰকাশন
অসমত গ্ৰন্থ আন্দোলনৰ অন্যতম গুৰি ধৰোতা
কথা গুৱাহাটী
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 300/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
শৰাইঘাট অভিধান
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 600/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
হীৰেন গোহাঁই ৰচনাৱলী (তৃতীয় খণ্ড)
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 2000/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
কথা বৰেণ্য
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 1200/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
সৌৰভ কুমাৰ চলিহা ৰচনাৱলী।
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 1500/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
গুৱাহাটী (একত্ৰ সংকলন)
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 1000/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
অনিল ৰায়চৌধুৰী ৰচনাৱলী।
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - 1195/-
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
কলেজ চৌহদৰ শিমলুবোৰ ফুলিছে৷ ব্যস্ত হৈ পৰিছে চৰাইবোৰ৷
নৰ্থ লখিমপুৰ কলেজ চৌহদ৷ আমাৰ চৌহদত কেইবাজোপাও অতি পুৰণি আৰু পূৰঠ শিমলু গছ আছে৷
North Lakhimpur University
অসমীয়া বিভাগ : নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় [Dept. of Assamese, NLU]
প্ৰদীপ আচাৰ্য্যৰ ‘পৰিহাৰ্য্য’৷৷ বছৰটোৰ পহিলাতে প্ৰকাশিত এখন মূল্যৱান কিতাপ৷
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ বিপণি ‘গ্ৰন্থালয়’ত পাব৷ মূল্য - ৩৮০.০০ টকা৷
বিপণি খোলা ৰখাৰ সময় - 9 am - 4 pm ৷ যোগাযোগ - 6002071922
অসমীয়া বিভাগ : নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় [Dept. of Assamese, NLU]
ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেইবাটাও প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। উক্ত প্ৰতিযোগিতাসমূহৰ ফলাফলমূহ ইতিমধ্যে গ্ৰন্থমেলাৰ মঞ্চত ঘোষণা কৰা হৈছে। স্থান প্ৰাপকসকলক আজি সন্ধিয়া ৫-০০বজাত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। গতিকে পুৰষ্কাৰ প্ৰাপ্ত সকলোকে উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।
নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ আজি সপ্তম দিন
০৯-১০-২০২৩ তাৰিখৰ পৰা ১৬-১০-২০২৩ তাৰিখলৈকে আঠ দিনীয়াকৈ অনুষ্ঠিত ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ আজি সপ্তম দিন। আজিৰ প্ৰথমটো কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়।বন্তি প্ৰজ্বলন কৰে কলকাতাৰ চেইন্ট পল কেথেড্ৰেল মিছন কলেজৰ বাংলা বিভাগৰ অধ্যাপক শেক মকবুল ইছলামে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত হয় আশুতোষ মুখোপাধ্যায়ৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে এক বিশেষ অনুষ্ঠান। গ্ৰন্থমেলা কমিটিৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অৰবিন্দ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলকাতাৰ বিশিষ্ট অনুবাদক বাসুদেৱ দাস। তেখেতে অসমীয়া ভাষালৈ আশুতোষ মুখোপাধ্যায়ৰ অৱদান তথা সাম্প্ৰতিক সময়ত অনুবাদ সাহিত্যৰ গুৰুত্ব সম্পৰ্কত এক দীঘলীয়া বক্তৃতা প্ৰদান কৰে।
সন্ধ্যা ৬:৩০ বজাৰ লগে লগে আজিৰ দ্বিতীয়টো কাৰ্যসূচী কবি সন্মিলন অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ৰাতুল কুমাৰ লাহনৰ তত্বাৱধানত অনুষ্ঠিত কবি সন্মিলনৰ সঞ্চালক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি তথা সমালোচক ৰাজীৱ বৰা। সিদ্ধাৰ্থ শংকৰ কলিতা, কৌশিক কিশলয়, বিপুল দিহিঙ্গীয়া, গজেন মিলি, প্ৰশান্ত গগৈ, সুৱাগমণি দাস আদিকে প্ৰমুখে কৰি বহুকেইজন কবিয়ে সন্মিলনত অংশগ্ৰহণ কৰে। তদুপৰি উক্ত সন্মিলনত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে স্ব-ৰচিত কবিতা পাঠ কৰে। কবিতা পাঠৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াই কবিতাৰ ৰুচি সম্পৰ্কত চমু বক্তৃতা আগবঢ়ায়।অনুষ্ঠানৰ শেষত ধীৰাজ পাটৰে সলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।
ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থসমালোচনা প্ৰতিযোগিতাৰ ফলাফলমূহ এনেধৰণৰ- প্ৰথম স্থান: আকাংক্ষা তামুলী( কথাবোৰ কৈ থাকিব : অৰবিন্দ ৰাজখোৱা)
দ্বিতীয় স্থান: দিব্যজ্যোতি শইকীয়া (জলজাহ: ৰাজীৱ বৰা) আৰু তৃতীয় স্থান: ৰাজীৱ হাজৰিকা (পিলগ্ৰিমছ অৱ ডংকিজ: ড° ধ্ৰুৱজ্যোতি বৰা)। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা "নৱপ্ৰজন্মৰ পঠন অভ্যাস গঢ় দিয়াত গ্ৰন্থমেলাৰ ভূমিকা" শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফলমূহ এনেধৰণৰ-প্ৰথম স্থান: চাণক্য চুতীয়া (অসমীয়া বিভাগ),দ্বিতীয় স্থান: বিকাশ বৰা (পদাৰ্থ বিজ্ঞান বিভাগ) আৰু তৃতীয় স্থান: পৰিস্মিতা ওজা (অসমীয়া বিভাগ)। স্থান প্ৰাপকসকলক কাইলৈ গ্ৰন্থমেলাৰ এক বিশেষ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব।
বৰ্তমান গ্ৰন্থমেলাৰ বাকৰিত কবি সন্মিলন অনুষ্ঠিত হৈ আছে। সঞ্চালক: ৰাজীৱ বৰা।
আশুতোষ মুখোপাধ্যায়ৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান।
মুখ্য অতিথি: বাসুদেৱ দাস, বিশিষ্ট অনুবাদক কলকাতা।
Short Video competition
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
North Lakhimpur
787001