Jonak Axom.In

Promote Your Music Videos, Audio, Blogs, Page, Website, Business Here! Call:- This is an Original Work of Aman Khan

03/12/2020

Power Of Bura😂

16/11/2020

শেষবাৰৰ বাবে সকলোৱে

জয় হিন্দ লিখক।

16/11/2020

চলি হত ভাল খবৰ😂

16/11/2020

যদি আপুনি প্রকৃততে ভাৰতীয় সেনাক ভাল পাই
তেনে এটা শ্বেয়াৰ নিঃস্বয় কৰিব🙏😓
🙏Jai Hind🙏 _Respect Indiana Army 💕
Plz Comment👉Jai Hind💕

15/11/2020

কন্ঠশিল্পী বাবু বৰুৱাৰ মহানতা !বহু সময়ত শিল্পী গৰাকীয়ে বিভিন্ন লোকক সহায় সহযোগিতা কৰি আহিছে ।

কন্ঠশিল্পী বাবু বৰুৱাক লৈ কমল চহৰীয়াৰ মন্তব্য :

“ মানৱ দৰদী শিল্পী শ্ৰদ্ধাৰ বাবু বৰুৱা “

মোৰ Father in law এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত । ডাক্তৰৰ লগত কথা পাতি গম পলো যে বেমাৰটি নিৰাময়ৰ কাৰনে যথেষ্ট সংখ্যক টকাৰ প্ৰয়োজন । আজি কেইদিনমান আগত হঠাৎ আবেলি আজাৰা চ’কত বাবু বৰুৱা দাক লগ পায় সকলো কথা বিবৰি কলো । পিছদিনা গধুলী বাবু দাই ডাক্তৰৰ Prescription খন খুজিলে । আৰু তেখেতৰ “ It’s possible save a life “নামৰ সংস্থাটোৰ জৰিয়তে নগদ ২৫ হেজাৰ টকাৰ ঔষধ কিনি দিলে ।
দাদা , আপোনাক কি বুলি ধন্যবাদ জনাম ভাষা বিচাৰি পোৱা নাই । বাবু দা ,আপোনাৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ ৰ’লো । আপোনাক প্ৰভূ ভগৱন্তই আৰু অধিক সাহস আৰু শক্তি প্ৰদান কৰক । আমাৰ লগতে আৰু যাতে হেজাৰ জনৰ উপকাৰ সাধিব পাৰে । দাদা ,আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

সদৌ শেষত পৰিয়ালবৰ্গৰ হৈ
কমল চহৰীয়া
ছিপাঝাৰ , অসম ।

সঁচাকৈয়ে আন শিল্পীতকৈ কিছু হলেও পৃথক আৰু একক অনন্য ।
আমিও ষ্টাৰ অসমৰ তৰফৰ পৰা কন্ঠশিল্পী বাবু বৰুৱালৈ চেলুট যাছিলো । বহুতো শুভেচ্ছাঁ জনালোঁ ,এনেকৈয়ে সুন্দৰ সুন্দৰ কৰ্ম কৰি আপুনি আগবাঢ়ি যাওক ।

07/11/2020
22/06/2020

হাই গৰমি_মৰম লগা মহিলা😂😍
Like Our Page 👍

Want your business to be the top-listed Media Company in Rangia?
Click here to claim your Sponsored Listing.

Videos (show all)

হাই গৰমি_মৰম লগা মহিলা😂😍Like Our Page 👍

Telephone

Address


Rangia
781380

Other News & Media Websites in Rangia (show all)
Time Talks Assam Time Talks Assam
Rangia, 781354

thank you for watching our news keep watching and plz follow our page

Assam Patrika &ne⁷Digital Assam Patrika &ne⁷Digital
Rangia

SOMETHING NEW

Besi Kore-বেছি কৰে Besi Kore-বেছি কৰে
Rangia

Welcome to official page of Besi Kore

Hoibey Hoibey
Rangia