Bhaskar Boruah, Sibsagar Videos

Videos by Bhaskar Boruah in Sibsagar. ম‌ই জীয়াই থাকিব বিচাৰোঁ,আনক সুখী কৰিব বিচাৰোঁ।

সৰুতে জিদধৰোতেই যাই, সময় হলে অনুভৱ হয় গোটেই জীৱন ধৈৰ্য ধৰিব লাগে।

Click to enable sound Next

Other Bhaskar Boruah videos

সৰুতে জিদধৰোতেই যাই, সময় হলে অনুভৱ হয় গোটেই জীৱন ধৈৰ্য ধৰিব লাগে।

দুই নাতিৰ ককাকৰ জন্মদিন উদযাপনৰ।

আনক পৰিবৰ্তন কৰাৰ আগত নিজে সেই পৰিবৰ্তন হৈ ল'ব লাগে।নিজে নকৰা কাম আনক কৰিবলৈ ক'লে একো ফল নধৰে।

I've received 200 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉 fb‌ ৰ পৰা মেচেজ আহিছে, সকলোৱে মৰমতে 200 ৰিয়েকচন দিছে,সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে মৰম আৰু আশীৰ্বাদ অনাগত দিনত পাই থাকাৰ আশা ৰাখিছোঁ।

প্ৰকৃতিৰ বিধান হ'ল মৃত্যু,জন্ম হলে মৃত্যু হব লাগিব , সৃষ্টি হলে ধ্বংস হ'ব লাগিব।এনে এজন ব্যক্তি নাই যি আমাক হিংসা নকৰে, ঈৰ্ষা নকৰে কিন্তু যদি সকলোৰ মাজতে কোনো ব্যক্তিয়ে মৰম দিব বিচাৰে,আপোনাতা দিব বিচাৰে তেওঁক দেৱীৰ দ্বৰে পুজা কৰিবলৈ মন যায়।ভাবো এনেকুৱা ব্যক্তি পৃথিৱীত থাকেনে। সঁচাকৈয়ে আচৰিত। ম‌ই কৰা খেতি।