Sameer Gogoi
State Executive Member of BJP, Assam Pradesh
বর্তমানৰ ভাৰতৰ যশস্বী প্রধানমন্ত্ৰী মাননীয় শ্রীযুত নৰেন্দ্র মোডী ডাঙৰীয়াৰ প্রচেষ্টাত ২০১৪ চনৰ ২৭ চেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত এই দিবস উৎযাপন কৰা হৈছিল আৰু পিছলৈ ১৭৭ খন দেশে ২১ জুনক ৰাষ্ট্ৰসংঘত আন্তর্জাতিক যোগ দিৱস উৎযাপনৰ প্রস্তাবত অনুমোদন জনাইছিল ।
আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষ্যে দেশৰ প্রতিজন ব্যক্তিলৈ শুভেচ্ছা জ্ঞাপন কৰিলো | যোগৰ নিৰন্তৰ অভ্যাসে এজন ব্যক্তিক দীঘলীয়া জীৱন প্রদান কৰে | প্রতিজন ব্যক্তিয়ে নিজকে স্বাস্থ্যবান আৰু চাপমুক্ত ৰাখিবলৈ তথা বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ যোগ চৰ্চা কৰাটো অতি জৰুৰী |
গতিকে আহক আমি সকলোৱে যোগ চর্চা কৰি নিজকে সুস্থ আৰু স্বাস্থ্যবান কৰি ৰাখো |
"পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্রিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা"
একেধাৰে সুৰকাৰ, গীতিকাৰ, কবি, অভিনেতা তথা খেলুৱৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু বাৰ্ষিকীৰ দিনা এই সংস্কৃতিৰ পুজাৰী তথা সৈনিক শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো II
আজি আমাৰ শিক্ষা ক্ষেত্ৰখনৰ বাবে এক বিশেষ দিন, আজি আমাৰ দেশৰ সন্মানীয় প্ৰধান মন্ত্ৰী শ্ৰী যুত Narendra Modi ডাঙৰীয়াই ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ উদ্বোধন কৰিব , এই শুভ ক্ষণত তেখেতলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় যুৱক-যুৱতী সকলৰ শৈক্ষিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত এই বিশ্ববিদ্যালয়খন বহুদূৰ আগবাঢ়ি যাব বুলি আশা কৰিলো ধন্যবাদ।।
শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তথা মোৰ ভাতৃপ্রতীম শ্ৰীযুত ময়ুৰ বৰগোঁহাই পিতৃ তথা মোৰ শ্ৰদ্ধাৰ দদাইদেউ বিপিন বৰগোহাঁইৰ মৃত্যুৰ খবৰ পাই আজি নাজিৰাস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰো আৰু লগতে তেখেতৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক ঈশ্বৰৰ ওচৰত তাৰে প্রার্থনা জনাইছো II
আমাৰ তৰফৰ পৰা আমাৰ পৰিয়ালৰ বন্ধু বান্ধৱী, পূজনীয় জেষ্ঠজন আৰু কণিষ্ঠজন সকলোলৈ মৰম আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো।আশা কৰিছো পৱিত্ৰ ঈদে সকলোৰে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। 🙏
Not a day goes by without thinking of you. Your love and guidance continue to inspire me. I miss you deeply and cherish the memories we shared. Happy Father's Day in heaven. 💕🙏
পৃথিৱীৰ বাবে তুমি মোৰ মা …
কিন্তু মোৰ বাবে বাবে তুমি পৃথিৱী। জন্মদিনৰ শুভেচ্ছা থাকিল 💞মা! 🎂
🎉💐💞
I extend my heartiest congratulations to Hon’ble Member of Parliament Shri. Sarbananda Sonowal Dangoria of Dibrughar Lok Sabha constituency and Hon’ble Member of Parliament of Rajya Sabha Pabitra Margherita Dangoria for being appointed as Ministers under the leadership of our Hon’ble Prime Minister Shri. Narendra Modi ji.
BJP Assam Pradesh
BJP for INDIA
Bharat Mata Ki Jai.
Jai Ai Asom
The world’s most popular leader and our country’s beloved leader marks another milestone as today Shri. Narendra Modi Ji takes oaths for the 3rd consecutive time as the Prime Minister of India.
In this historic moment today I wish the heartiest congratulations to respected Narendra Modi ji.
We hope that Hon’ble Prime Minister Shri. Narendra Modi ji will take this country to newer heights.
Bharat Mata Ki Jai.
Joi Aai Axom.
🙏💐
দেশৰ সংসদীয় ৰাজনীতিত প্ৰতিদন্দীতা আগবাঢ়াই একেধাৰে তৃতীয় বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত ল’বলৈ সক্ষম হোৱা BJP INDIA আৰু মিত্রজোঁট ৰ সুদক্ষ তথা বিশ্ববৰেণ্য সন্মানীয় নেতা Narendra Modi ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী আসনত অধিষ্ঠিত হ'বলৈ আগবাঢ়িছে, এই অপা হতে মিত্রজোঁটৰ সাংসদ তথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা জনালোঁ, পূৰ্বৰ দৰেই তেখেত সকলে যাতে ভাৰত মাতাৰ চৰণ চুই সুশাসনেৰে দেশ নিৰ্মানৰ সেৱাত ব্ৰতী হ’ব পাৰে তাৰ বাবে মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিলোঁ৷ ভাৰত মাতা কী জয়!
আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ,
আহক সকলোৱে মিলি গছ ৰোপন কৰোঁ আৰু পৃথিৱীখন সেউজীয়া কৰোঁ।।
দেশৰ সংসদীয় ৰাজনীতিত প্ৰতিদন্দীতা আগবাঢ়াই একেধাৰে তৃতীয় বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত ল’বলৈ সক্ষম হ’ল বৃহত্তৰ ৰাষ্টীয়তাবাদী ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে৷ বিশেষত কেৱল ৰাষ্ট্ৰীয় ক্ষেত্ৰতেই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো এগৰাকী সুদক্ষ ৰাজনৈতিক নেতা হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ ৰাজনৈতিক সুদক্ষতাৰ বাবেই যে দলটোৱে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে সেয়া অনস্বীকাৰ্য, অসমতো শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত
তথা তেখেতৰ সমন্বিতে নতুন অসম নিৰ্মানৰ সংকল্পৰে আগবঢ়া যিকল নেতাই জনতা জনাৰ্দনৰ আশীষ লাভেৰে নিৰ্বাচনত জয়ী হৈ দেশৰ শাসন ভাৰ পৰিচালনাৰ অংশীদাৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোক প্ৰতি গৰাকী বিজয়ী প্ৰাৰ্থীলৈ এই শুভক্ষণত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ পূৰ্বৰ দৰেই তেখেত সকলে যাতে ভাৰত মাতাক সুশাসনেৰে দেশ নিৰ্মানৰ সেৱাত ব্ৰতী হ’ব পাৰে তাৰ বাবে শ্ৰীচৰণত সেৱা নিবেদন কৰিলোঁ৷ ভাৰত মাতা কী জয়!
Today had an engaging session with Shri. Anup Kumar Ji serving as the ABVP State organizing secretary alongside Shri. Chimoyjit Sharma Principal of Assam Energy Petroleum institute and Jyotirmoy Bhuyan. Had fruitful discussions paving the way forward.
মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোঁহোঁ ভকতি,সমস্ত মস্তকমণি, নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি।।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আধ্যাত্মিক চিন্তাৰাজীৰ বহিঃপ্ৰকাশে অসমীয়া ভাষা সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি ৰাখিছে৷ তেনেদৰেই, মহাপুৰুষ জনাই অসমীয়া সমাজ জীৱনত প্ৰতিষ্ঠা কৰি যোৱা ভক্তি আৰু সমন্বয়ৰ চেতনাবোধে জাতিটোক যুগে যুগে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে, জগত গুৰু শ্ৰীমন্তশঙ্কৰদেৱ গুৰু জনাৰ পৰম শিষ্য তথা বঢ়াৰ পো মাধৱদেৱ গুৰুজনাই আগবঢ়াই যোৱা নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ সাৰমৰ্মখিনিয়ে বৃহৎ অসমীয়া সমাজখনক সঞ্জীৱনী সুধা প্ৰদান কৰি আহিছে৷
শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিভাৰ্ৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছো ।
আজি এই পবিত্ৰ 'বুদ্ধ পূৰ্ণিমা'ৰ শুভ ক্ষণত সিদ্ধপুৰুষ বুদ্ধদেৱৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাই সকলো ৰাইজৰ মঙ্গল কামনা কৰিলোঁ ।।
"কামাখ্যা বৰদে দেৱী নীল পৰ্বত বাসিনী ত্ব দেৱী জগতম মাতা যোনিমুদ্ৰে নমস্তুতে"
আজি প্ৰভাতত মা কামাখ্যা মন্দিৰত সকলোৰে কুশল মঙ্গল কামনা কৰি আশীষ লওঁ, মা কামাখ্যা ই সকলোৰে জীৱন সুন্দৰ কৰি তোলক তাৰে কামনা কৰিলো ধন্যবাদ II
গুৱাহাটীত অনুস্থিত হবলগীয়া সদৌ আন্তঃ ৰাজ্যিক টাইকোৱানাডো প্রতিযোগিতাত অংশ গ্রহণ কৰিবলৈ যোৱা শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ প্রতিযোগী খেলুৱৈ সকলক আজি শিৱসাগৰ ৰেলৱে ষ্টেচনত উপস্থিত হৈ শুভেচ্ছা জনাও আৰু লগতে জয়ী হোৱাৰ কামনা কৰিলো |
অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, বিশিষ্ট সমাজকৰ্মী, বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক থানেশ্বৰ বড়ো ডাঙৰীয়াৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে, তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।।
শিৱসাগৰ জিলাৰ ফুকন নগৰ নিবাসী তথা অসমীয়া যুৱ মঞ্চৰ জিলা সাধাৰণ সম্পাদক ভাতৃ প্ৰতীম বিষ্ণুজ্যোতি শইকীয়াৰ পিতৃ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ প্ৰাক্তন জিলা সম্পাদক, প্ৰাক্তন মূলৰ সদস্য ও সমাজ সচেতন ব্যক্তি প্ৰহ্লাদ শইকীয়াৰ মৃত্যুৰ খৱৰত মৰ্মাহত হৈছো ,আজি তেখেত লোকৰ গৃহত উপস্থিত হৈ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।।
যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি অহা বীৰুবালা ৰাভাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
Happy Mother’s Day to the woman who deserves all the love and appreciation in the world. 💞
সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২০২১ চনৰ ১০ মে'ত শপতগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে অসমে উন্নয়নৰ এক নতুন দিগন্তত উপনীত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনৰ সৰ্বত্ৰে শান্তি-সম্প্ৰীতি, প্ৰগতিৰ সূচনা হৈছে,বিকাশৰ এই নৱজাগৰণে সামৰি লৈছে সৰ্ব স্তৰৰ লোকক,অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈছে এক শক্তিশালী লক্ষ্য, আজিৰ এই গৌৰৱোজ্জ্বল ক্ষণত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ প্ৰত্যেকজন সন্মানীয় মন্ত্ৰী আৰু বিধায়কসকল তথা আমাৰ অক্লান্ত কৰ্মী সকলৰ লগতে সমূহ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো। 💐🙏💐
সকলোকে অক্ষয় তৃতীয়াৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ II
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনাইছোঁ, অনাগত দিনত শিক্ষা জীৱনত আৰু বহুদূৰ বাট আগুৱাই একো একোজন সফল নাগৰিক হোৱা তাৰেই কামনা কৰিলোঁ৷💐
শিৱসাগৰ জিলাৰ বগীদ 'ল বেজ ভৰালী গাঁওৰ অতিকে দৰিদ্ৰ পৰিয়ালৰ তথা পিতৃ মাতৃহীনা অতি মেধা সম্পর্ণ
পূবালী গগৈৰ অসুস্থতা খৱৰ শুনি আজি তেখেতৰ ঘৰত উপস্থিত হৈ স্বাস্থ্য খৱৰ লওঁ, পূবালীৰ দ্ৰুত আৰোগ্য কামনা কৰি ভগৱানৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনালোঁ।।
Click here to claim your Sponsored Listing.