Videos by Sameer Gogoi in Sibsagar. State Executive Member of BJP, Assam Pradesh
আজি পৱিত্ৰ শ্ৰী শ্ৰী বাসন্তী শুভ দশমীৰ উপলক্ষে শিৱসাগৰ নগৰৰ থানামুখ হনুমান মন্দিৰত অৱস্থিত মা দুৰ্গাৰ প্ৰতিমাত সকলোৰে শান্তি আৰু কল্যাণৰ কামনা কৰি সেৱা লওঁ ,লগতে সমূহ ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰো II ধন্যবাদ।।
আজি অসমীয়া নববৰ্ষৰ পহিলা বহাগৰ দিনা শিৱসাগৰ দৰিকাপাৰাত শ্ৰী শ্রী ৰাণী সতী মন্দিৰ তথা শক্তি ধামৰ উদ্বোধনী অনুস্থানত উপস্থিত হৈ মাৰ আশীষ বিচাৰি সেৱা লওঁ |
আমাৰ দলৰ নিৰ্বাচনী গীত মুকলি কৰিলে , গীতটিয়ে সকলোৱে আদৰি লৈ জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰিলো।। ধন্যবাদ II #ModiParivar #NarendraModi #HimantaBiswaSarma #BhabeshKalita #BJPAssamPradesh
ভাতৃ প্ৰতীম তথা শিৱসাগৰ পৌৰসভাৰ ৬নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ সমীৰ দত্ত ই আমাৰ দলৰ প্ৰাৰ্থী সন্মানীয় তপন কুমাৰ গগৈ ডাঙৰীয়াৰ হৈ কথা আৰু সুৰেৰে যি নিৰ্বাচনী গীত মুকলি কৰিলে তেখেতলৈ আন্তৰিক শুভেচ্ছা জনলো , আমাৰ দলৰ অক্লান্ত কর্মী সকলৰ পাৰভঙা উৎসাহ আৰু সাংসদ গৰাকীৰ উন্নয়ন মূলক কৰ্মৰাজীয়ে পুনৰ বাৰ বিপুল ভোটত জিকিম বুলি দৃঢ় বিশ্বাসী লগতে গীতটিয়ে সকলোৱে আদৰি লৈ জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰিলো।। ধন্যবাদ II #ModiParivar #NarendraModi #HimantaBiswaSarma #BhabeshKalita #BJPAssamPradesh
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সু-নেতৃত্বৰে সমগ্ৰ ৰাজ্যতে বিকাশ যাত্ৰাৰ অংশস্বৰূপে শিৱসাগৰ আৰু ডিমৌ সমষ্টিত অহা কালিলৈ অৰ্থাৎ ১২ মাৰ্চ তাৰিখে জননেতা, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও উন্নয়ন মূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰিব , এই আপা হতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ঐতিহাসিক শিৱসাগৰলৈ আন্তৰিক স্বাগতম আৰু অভিনন্দন জনালো। ধন্যবাদ।। #ModiKaParivar #HimantaBiswaSarma #CMOASSAM
তাই আহোমসকলৰ পিতৃপুৰুষৰ তৰ্পণ আৰু স্মৰণৰ পৱিত্ৰ মাংগলিক অনুষ্ঠান মে-ডাম-মেফিৰ শুভকামনা জনালোঁ।অসমৰ ঐতিহ্য বহনকাৰী আহোম সকলৰ পুলিন পুথাওৰ স্মৃতিক সজীৱ আৰু পৰিপূৰ্ণ কৰি ৰখাৰ পবিত্ৰ মে-ডাম-মেফি উৎসৱে সকলোকে জনমিং প্ৰদান কৰক।বৰ অসমৰ স্ৰষ্টা আহোম স্বৰ্গদেউসকলৰ আদৰ্শেৰে ভৱিষ্যত প্ৰজন্মই দেশ তথা জাতিৰ মঙ্গলৰ বাবে কৰ্ম কৰি যাবলৈ অনুপ্ৰাণিত হোৱাৰ কামনা কৰিলোঁ।