Axomiya Kristi - অসমীয়া কৃষ্টি
অসমীয়া কৃষ্টি -সংস্কৃতি জীয়াই ৰখায়ে আ?
কলিৰ দুৰ্দান্ত অভিনয় || কলি - শ্ৰী হৰি হাজৰিকা ।। শ্ৰী শ্ৰী ভগৱত দৰ্শন || পদ্মনাভ সাংস্কৃতিক গোষ্ঠ পদ্মনাভ সাংস্কৃতিক গোষ্ঠী ,বৰদলনিৰ দ্বাৰা পৰিবেশিত শ্ৰী শ্ৰী ভগৱত দৰ্শন নাট ভাগিৰ কলিৰ চৰিত্ৰত শ্ৰী হৰি হাজৰিকা....
..ধৰ্ম..[বিৰাজ বল্লভ গোস্বামী]
নাট : শ্ৰী শ্ৰী ভগৱত দৰ্শন
পৰিবেশক: পদ্মনাভ সাংস্কৃতিক গোষ্ঠী,বৰদলনি,ধেমাজি ।
০১/০৪/২০২৩
#ভাওনা
..নাৰায়ণ..
নাট : শ্ৰী শ্ৰী ভগৱত দৰ্শন
পৰিবেশক: পদ্মনাভ সাংস্কৃতিক গোষ্ঠী,বৰদলনি,ধেমাজি ।
০১/০৪/২০২৩
#ভাওনা
ৰুক্মিণী হৰণ ।। চতুৰ্থ খণ্ড ।। অসমীয়া কৃষ্টি ।।
গুৰুজনাৰ অমৰ সৃষ্টিৰাজি বৰগীতৰ এনে বিকৃতৰূপ দেখি হতাশ হৈছোঁ । ঘটনা তো ক'ৰ নাজানো ।
Video source : Youtube
ৰুক্মিণী আৰু কৃষ্ণক কি ক'লে দুয়ো ভাটে? ,,,,,,
কৃষ্ণ 🙏 জয় গুৰু শংকৰ
যোৱা ৯ অক্টোবৰ তাৰিখে , শ্ৰীমন্ত শংকৰদেৱ সংঘ , বৰদলনি আঞ্চলিক শাখাৰ ৫৩তম বাৰ্ষিক অধিৱেশন আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪তম জন্মোৎসৱ উপলক্ষে আমি পৰিবেশন কৰা "ৰুক্মিণী হৰণ" নাটৰ "ৰুক্মিণী আৰু সখীসকল"ৰ প্ৰৱেশৰ কিছু দৃশ্যাংশ......
কৃষ্ণ 🙏 জয় গুৰু শংকৰ
যোৱা ৯ অক্টোবৰ তাৰিখে , শ্ৰীমন্ত শংকৰদেৱ সংঘ , বৰদলনি আঞ্চলিক শাখাৰ ৫৩তম বাৰ্ষিক অধিৱেশন আৰু শংকৰদেৱ গুৰুজনাৰ ৫৭৪তম জন্মোৎসৱ উপলক্ষে আমি পৰিবেশন কৰা "ৰুক্মিণী হৰণ" নাটৰ "কৃষ্ণ আৰু উদ্ধৱ"ৰ প্ৰৱেশৰ কিছু দৃশ্যাংশ......
গোঁসাই নাচ ।
গুৰু: শ্ৰী যুত মনোজ দত্ত ।
নাট - "যজাতিৰ মুক্তিলাভ"।। পৰিবেশক : পদ্মনাভ সাংস্কৃতিক গোষ্ঠী ।। অসমীয়া কৃষ্টি ।। নাট:যজাতিৰ মুক্তিলাভ ।।পৰিবেশক:পদ্মনাভ সাংস্কৃতিক গোষ্ঠী ।।সম্পূৰ্ণ ভাওনাখন : প্ৰথম খণ্ড : https://www.facebook.com/Axomiyakristi/videos/63548764752...
ৰাইজৰ সুবিধাৰ্থে, আজি সন্ধ্যা ৮ বজাৰ পৰা "যজাতিৰ মুক্তিলাভ"নাটৰ পোনপটীয়া সম্প্ৰচাৰ ।
পবিতৰা অভয়াৰণ্য : অসমৰ অন্যতম পৰ্যটন থলী ।
😓
Srivalli in Veena.
❤️❤️❤️
🔥🔥🔥
শ্ৰীমন্ত শংকৰদেৱ সংঘ , ধেমাজি জিলা শাখাৰ ৮১ তম বাৰ্ষিক অধিবেশনত গোঁসাই নাচ পৰিৱেশন।
পৰিৱেশক : বৰদলনি আঞ্চলিক শাখা ।
"বিলতে হালিছে ধুনীয়া পদুমী,
ফুলনিত ফুলিছে ফুল ।"
❤️❤️❤️
। । জয় গুৰু শংকৰ ।।
শ্ৰীমন্ত শংকৰদেৱ সংঘ,ধেমাজি জিলা শাখাৰ
৮১ সংখ্যক বাৰ্ষিক অধিৱেশনত বৰদলনি আঞ্চলিক
শাখাৰ দ্বাৰা ভোৰতাল নৃত্য পৰিৱেশন ||
।।। কৃষ্ণ ।।।
মাজুলীৰ ৰাস ।।
শিশু নামাচাৰ্য ।।সুন্দৰ সাধনা ।।
কি সুন্দৰ কণ্ঠ!
Youtube Link :
https://youtu.be/9X_e8TXu7n0
আজি আমাৰ Youtube channel টিয়ে এক হাজাৰ(1k) Subscriber সম্পূৰ্ণ কৰিলে ।।
সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
🙏🙏🙏
আজলী হিয়াৰ মাজে বিজুলী বাণ মাৰে - AJOLI HIYAR MAJE BIJULI BAN MARE || BISHNU PRASAD RABHA || BHUPEN HAZARIKA
"অসমীয়া গীতিসাহিত্য"ৰ ওপৰত আলোচনা চক্ৰ l