Axomiya Kristi - অসমীয়া কৃষ্টি Videos

Videos by Axomiya Kristi - অসমীয়া কৃষ্টি. অসমীয়া কৃষ্টি -সংস্কৃতি জীয়াই ৰখায়ে আ?

নাট : শ্ৰী শ্ৰী ভগৱত দৰ্শন । তাৰিখ : ০১/০৪/২০২৩ স্থান: কলিতা গাঁও নামঘৰ,বৰদলনি ।

Other Axomiya Kristi - অসমীয়া কৃষ্টি videos

নাট : শ্ৰী শ্ৰী ভগৱত দৰ্শন । তাৰিখ : ০১/০৪/২০২৩ স্থান: কলিতা গাঁও নামঘৰ,বৰদলনি ।

#AssameseBhaona #AssameseCulture #BhaonaTradition #AssameseFolklore #TraditionalArtForms #AssameseTheatre #BhaonaPerformance #AssameseDrama #BhaonaHeritage #AssamTourism #NortheastIndia #CulturalHeritage #IndigenousArt

#AssameseBhaona #AssameseCulture #BhaonaTradition #AssameseFolklore #TraditionalArtForms #AssameseTheatre #BhaonaPerformance #AssameseDrama #BhaonaHeritage #AssamTourism #NortheastIndia #CulturalHeritage #IndigenousArt

ভীষ্মক ৰজাৰ প্ৰৱেশ আৰু ৰুক্মবীৰৰ প্ৰৱেশ !!
ৰুক্মিণী হৰণ ।। চতুৰ্থ খণ্ড ।। অসমীয়া কৃষ্টি ।।

গুৰুজনাৰ অমৰ সৃষ্টিৰাজি বৰগীতৰ এনে বিকৃতৰূপ দেখি হতাশ হৈছোঁ । ঘটনা তো ক'ৰ নাজানো । Video source : Youtube

"ৰুক্মিণী হৰণ" - খণ্ড - ৩ ।। অসমীয়া কৃষ্টি ।।
ৰুক্মিণী আৰু কৃষ্ণক কি ক'লে দুয়ো ভাটে? ,,,,,,

ৰুক্মিণী আৰু সখীসকলৰ প্ৰৱেশ ।। ৰুক্মিণী হৰণ ।।খণ্ড - ২ ।। অসমীয়া কৃষ্টি।।
কৃষ্ণ 🙏 জয় গুৰু শংকৰ যোৱা ৯ অক্টোবৰ তাৰিখে , শ্ৰীমন্ত শংকৰদেৱ সংঘ , বৰদলনি আঞ্চলিক শাখাৰ ৫৩তম বাৰ্ষিক অধিৱেশন আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪তম জন্মোৎসৱ উপলক্ষে আমি পৰিবেশন কৰা "ৰুক্মিণী হৰণ" নাটৰ "ৰুক্মিণী আৰু সখীসকল"ৰ প্ৰৱেশৰ কিছু দৃশ্যাংশ......

কৃষ্ণ আৰু উদ্ধৱৰ প্ৰৱেশ ।। ৰুক্মিণী হৰণ নাট ।।
কৃষ্ণ 🙏 জয় গুৰু শংকৰ যোৱা ৯ অক্টোবৰ তাৰিখে , শ্ৰীমন্ত শংকৰদেৱ সংঘ , বৰদলনি আঞ্চলিক শাখাৰ ৫৩তম বাৰ্ষিক অধিৱেশন আৰু শংকৰদেৱ গুৰুজনাৰ ৫৭৪তম জন্মোৎসৱ উপলক্ষে আমি পৰিবেশন কৰা "ৰুক্মিণী হৰণ" নাটৰ "কৃষ্ণ আৰু উদ্ধৱ"ৰ প্ৰৱেশৰ কিছু দৃশ্যাংশ......

নাম-প্ৰসংগ || "নৰ হৰি গোবিন্দ" || শ্ৰী যুত মনোজ দত্ত || অসমীয়া কৃষ্টি ||

গোঁসাই নাচ প্ৰদৰ্শন ।
গোঁসাই নাচ । গুৰু: শ্ৰী যুত মনোজ দত্ত ।

"ৰুক্মিণী হৰণ" ভাগ - ১

বৰদলনি আঞ্চলিক শাখাৰ দ্বাৰা পৰিবেশিত গোঁসাই নাচ ।।
শ্ৰীমন্ত শংকৰদেৱ সংঘ , ধেমাজি জিলা শাখাৰ ৮১ তম বাৰ্ষিক অধিবেশনত গোঁসাই নাচ পৰিৱেশন। পৰিৱেশক : বৰদলনি আঞ্চলিক শাখা ।

কালীয় দমন ।। উত্তৰ কমলাবাৰী সত্ৰ ।। অসমীয়া কৃষ্টি ।।
মাজুলীৰ ৰাস ।।

অসমীয়া গীতি সাহিত্য ।
"অসমীয়া গীতিসাহিত্য"ৰ ওপৰত আলোচনা চক্ৰ l