BJYM Borhat
Nearby government services
10024
Hatay Kırıkhan Ulu Camii Karşisi
Benito Juárez
Barkagaon
Cebu
Shimla
Ramsam Paliye
18310000
Brgy. San Jose Santo Tomas Batangas
You may also like
Official page of Bharatiya Janata Yuva Morcha, Borhat Mondal
গ্ৰীষ্মকালীন কৰ্মশালা
আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ।
Topon Kumar Gogoi Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ BJP Assam Pradesh BJP Charaideo District BJYM Assam
ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি ৰাকেশ দাস ডাঙৰীয়াক বৰহাট মণ্ডল যুৱ মৰ্চাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। BJYM Assam
Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
ভূঞাখাত পঞ্চায়তৰ বৰুৱাচালিত যুৱমৰ্চাৰ সতিৰ্থ সকলৰ সৈতে ৰ্নিবাচনী প্ৰচাৰৰ মহূৰ্তত। Himanta Biswa Sarma Topon Kumar Gogoi Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ BJP Assam Pradesh BJYM Assam
বিৰোধীৰ প্ৰশ্ন: ২০১৪চনত চিলিণ্ডাৰৰ দাম কিমান আছিল, আৰু আজি কিমান??
উত্তৰ:-
এয়াৰপোৰ্ট
২০১৪চনত 74 আছিল, এতিয়া 150 হ'ল।
মেট্রো
২০১৪চনত 5 খন চহৰত আছিল, এতিয়া ২০খন চহৰত হ'ল।
মেডিকেল কলেজ
২০১৪চনত 384 খন আছিল, কিন্তু এতিয়া ৭০০+ৰ ওপৰত হ'ল।
AIMS ২০১৪ত মাত্র 7 খন আছিল, এতিয়া 22 খন হ'ল।
University ২০১৪ত 400 আছিল, কিন্তু এতিয়া 1100 খন ইউনিভার্সিটি হ'ল।
National High way ২০১৪ চনত 96 হাজাৰ কিলোমিটাৰ আছিল, কিন্তু এতিয়া ১.৫ (ডেৰ) লাখ কিলোমিটাৰ হাইৱে হ'ল।
গ্ৰামীণ পকি ৰাস্তা ২০১৪ত ৩লাখ ২০ হাজাৰ আছিল, কিন্তু এতিয়া ৩লাখ ৭৫ হাজাৰ কিলোমিটাৰ হৈছে। (কাম এতিয়াও চলি আছে বহু ঠাইত)
Vande Bharat ২০১৪ চনত 0 শূন্য আছিল, আজি 41 vande bharat আছে।
Railway tracks Electrified
২০১৪ত ২০হাজাৰ কিলোমিটাৰ আছিল, কিন্তু এতিয়া ১০০% হ'ল।
২০১৪ত ভাৰতবৰ্ষ অৰ্থব্যৱস্থাত Unbalanced আছিল কিন্তু এতিয়া ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত অৰ্থব্যৱস্থাত ৫নম্বৰ স্থানত আছে। (কিন্তু বিৰোধীয়ে ধাৰ লৈছে অমুক লৈছে কৈ সদায় অমুলক ট্ৰোল কৰি আহিছে)
Economy ২০১৪ত Growth Dip আছিল কিন্তু এতিয়া Bright Spot ৰ ৰূপত ভাৰতবৰ্ষ নজৰত আহে।
Scam
২০১৪চনত বিভিন্ন নাম নিউজত শুনিছিলো
যেনে- 2G Scam
CWG Scam
Space Scam
Dewas Scam
Coal Scam
Agusta Westiand Scam
National Herald Scam Etc
কিন্তু এতিয়া আমি শুনিবলৈ দেখিবলৈ পাওঁ নিউজত।
* চন্দ্ৰয়ান ১ , চন্দ্ৰয়ান ২, বিক্ৰম লেণ্ডাৰ।
*আদিত্য L1
* ৩৭০ ধাৰা বাতিল।
* ৫০০ বছৰীয়া পুৰণি শ্ৰীৰাম মন্দিৰৰ কেছত জয়লাভ।
* ২৪ৰ ২২জানুৱাৰীত শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।
* দুখীয়া মানুহৰ সুবিধাৰ্থে বহুতো আঁচনি।
* পুৰণি মন্দিৰ সমুহ পুণ:উদ্ধাৰৰ চেষ্টা।
* বহুতো পুৰণি মন্দিৰ এতিয়ালৈকে উদ্ধাৰ কৰিলে।
* তিনি তালাক বেন।
ইয়াৰ পিছতো কিছুমান বিৰোধীয়ে বিজেপিয়ে মূল্যবৃদ্ধি কৰিছে বুলিয়ে ৰাজনীতি খেলি আছে। চকু কাণ বন্ধ কৰি কেৱল চামচাগিৰি কৰি থাকিলে বিজেপিয়ে কি কি কৰিলে ১০বছৰত দেখা নোপোৱাটো স্বাভাৱিক।
#আকৌএবাৰমোদীচৰকাৰ 😊
BJP Assam Pradesh
BJYM Assam
Himanta Biswa Sarma
Topon Kumar Gogoi
েশকলিতা Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
ককাদেউতা-আই মাতৃসকলৰ নিভাঁজ মৰম🙏
এই মৰমে সমাজৰ বাবে, ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আমাক সদায় অনুপ্ৰাণিত কৰে।
আমাৰ প্ৰাৰ্থী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াৰ বাবে যোৰহাটৰ মৰম অতুলনীয়। মনোনয়ন পত্ৰ দাখিলৰ সময়ত দৃশ্যমান জনসমুদ্ৰ তাৰেই প্ৰমাণ।
যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান বৰহাট মণ্ডল যুৱ মৰ্চা। Himanta Biswa Sarma Topon Kumar Gogoi Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
Himanta Biswa Sarma Topon Kumar Gogoi Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
বিপদৰ বন্ধু : তপন কুমাৰ গগৈ
মই কিয় বিজেপিক ভোট দিম :
& দেশ এখন উন্নত বুলি গণ্য হবলৈ অকল GDP বৃদ্ধি হলেই নহব বা Per Capita income বৃদ্ধি হলেই নহব , জাত , ধৰ্ম , লিংগ ভেদ নোহোৱাকৈ দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ লগতে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি জীৱন ধাৰণৰ নিম্নতম সুবিধা বোৰৰ বাবে চৰকাৰ খনে লোৱা ব্যৱস্থা । বিজেপি চৰকাৰ খনে এই ক্ষেত্ৰত কি পদক্ষেপ লৈছে ।
1) অৰুনোদয় আঁচনি , বিধবা , অবিবাহিত , বিবাহ বিচ্ছেদিত , গুৰুতৰ ৰোগত আক্ৰান্ত বা শাৰিৰীক ভাবে বিশেষ সক্ষম সকলৰ লগতে BPL পৰিয়ালৰ সকলো মহিলাৰ বাবে নিম্নতম আৰ্থিক সাহায্য দি সন্মান সহকাৰে জীয়াই থকাৰ পদক্ষেপ । এই আঁচনি দিওঁতে জুন বিজেপি , কোন কংগ্ৰেছী বা কোন অন্য ৰাজনৈতিক দলৰ সেইটো বিবেচনা নকৰাকৈ দিছে । অৰুনোদয় আঁচনি অকল ভাৰত নহয় বিশ্বত এক ব্যতিক্ৰমী আঁচনি ।
2) সৌভাগ্য আঁচনি , প্ৰতিঘৰ মানুহত বিজুলী বাতি অভিলাসী প্ৰকল্প । বিজুলী বাতি পোহৰ নেদেখাকৈ বহু মানুহে জীৱন নাট সামৰিলে । এতিয়া বিভাগীয় বিষয়াৰ ভুলৰ বাবে বাদ পৰা বাদ দি বিনামূলীয়া বিজুলী যোগান ধৰাৰ চিন্তা এক ব্যতিক্ৰম । লগত বিজুলীৰ বিল কম হোৱাৰ বাবে একোটাকৈ LED bulb বিনামূলীয়াকৈ দিয়া হৈছিল । 30 unit বিজুলী বিনামূলীয়া হোৱাটো এক ডাঙৰ প্ৰাপ্তি ।
3) উজ্জলা আঁচনি , খৰিৰে ভাত ৰান্ধি লৰা ছোৱালীক বিদ্যালয় , মহাবিদ্যালয়লৈ পঠোৱা , কামলৈ উলিয়াই পঠোৱা সহজ ভুক্তভোগীয়ে বুজি পায় । শ্বাস নলীৰ বেমাৰ , বা প্ৰদূষণৰ কথা বেলেগেই । 2 কোটি মহিলাক এনে অৱস্থাৰ পৰা উন্নীত কৰা বৰ সহজ কাম নহয় ।
4) মুকলি মলত্যাগ পৰিত্যাগ ,অলপ ভিতৰুৱা গাঁৱতে নহয় , নগৰ অঞ্চলত বাস কৰা মহিলা অকল নহয় পুৰুষ সকলো এক লজ্জাজনক পৰিস্থিতিৰ মাজেদি ৰাতিপুৱা পাৰ কৰিব লাগে । কেতিয়াবা বাহনিৰ তল বা কেতিয়াবা ৰেইল লাইনৰ কাষত পুৱা শৌচ কৰাৰ পৰা গা ধুৱালৈকে । এইয়া মহিলাক সন্মান দিব লাগে বা দিছো বুলি কোৱা সকলৰ এক লজ্জাজনক মৌনতা । বিজেপি চৰকাৰে তেখেতলোকক একোটাকৈ লেটিন তৈয়াৰ কৰা বহুত ডাঙৰ প্ৰাপ্তি ।
5) PMAY আবাস , এটা ঘৰ সকলোৰে জীৱনৰ এটা সপোন । বৰষুণ , ৰদ , নিৰাপত্তা আদি লগতে আছেই । কেঁচা ঘৰত থকা নিৰাপত্তাহীন পৰিবেশ কোনেও কামনা নকৰে । গতিকে বিজেপি চৰকাৰৰ ঘোষণা প্ৰতিঘৰ BPL পৰিয়ালৰ বাবে এটা ঘৰ । মাত্ৰ এটা দিনতে সৌ সিদিনা 550000 ঘৰ উদ্ধোধন কৰা হল । এইয়া সপোন পূৰণৰ পদক্ষেপ ।
ৰাইজৰ বাবে ৰাইজৰ ঘৰে ঘৰে বিজেপি ।
ক্ৰমশঃ , সেয়ে মোৰ ভোট বিজেপিৰ । অৰুনোদয় পাইছে , ঘৰ পাইছে , লেটিন পাইছে , উজ্জ্বলা পাইছে , সৌভাগ্য পাইছে তেনে বিজেপিক বাদ দি বেলেগ কেনেকৈ । Himanta Biswa Sarma Topon Kumar Gogoi Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ BJP Assam Pradesh BJYM Assam
Himanta Biswa Sarma Topon Kumar Gogoi Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো ।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Website
Address
Charaideo, Assam
Rajshahi Division
785692
Rajshahi Division, 10024
I Popolari di Moncalieri sono la forza politica organizzata di tutti coloro che, nella quinta città
Kuttikada
Rajshahi Division, VARKALA
സമത്വം എന്നൊരു ആശയം മരിക്കുവില്ല ഭൂമിയിൽ നമുക്ക് സ്വപ്നം ഒന്നുതന്നെ അന്നുമിന്നുമെന്നുമേ ലാൽസലാം
Hatay Kırıkhan Ulu Camii Karşisi
Rajshahi Division
YENİDEN REFAH PARTİSİ KIRIKHAN İLÇETEŞKİLATI
Rajshahi Division
Agrupación estudiantil Lic. en Trabajo Social-UNSE Militando para y con lxs estudiantes
Rajshahi Division
political party|PTI imran Khan PTI Pakistan social media| news network and interesting storys
Rajshahi Division
"সাম্য মানবিক মর্যাদা ও সমাজিক ন্যায় বিচার প্রতিষ্ঠায় ইশা ছাত্র আন্দোলনে যোগ দিন"
Pk. Insaf
Rajshahi Division
اظہارِ عشق سے تو خدا بھی نہ رہ سکا . . . . . . . . . . . تعریفِ حُسنِ محمدﷺ میں سارا قرآن لکھ دیا