Jayprakash sutradhar

JAYPRAKASH SUTRADHAR

27/09/2023

শ্ৰীমন্ত শঙ্কৰদেৱে সংঘ, পৱিত্ৰ ভাগৱত শোভাযাত্ৰা: মহা পুৰুষ শঙ্কৰদেৱ গুৰু জনাৰ (আবিৰ্ভাৱ তিথি)🙏

📯🙏জয় গুৰু শঙ্কৰ🙏
🌍🎂শ্ৰীমন্ত শঙ্কৰদেৱে সংঘ, পৱিত্ৰ ভাগৱত শোভাযাত্ৰা: মহা পুৰুষ শঙ্কৰদেৱ গুৰু জনাৰ (আবিৰ্ভাৱ তিথি)🙏

শ্ৰীমন্ত শংকৰদেৱ
অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, সুৰকাৰ, গীতিকাৰ, বাদক, নৰ্তক, অভিনেতা, কবি, চিত্ৰ
ভাষা
PDF ডাউনল'ড কৰক
গতিবিধি লক্ষ্য কৰক
সম্পাদনা কৰক
"শংকৰদেৱ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, শংকৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।[2] সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধবদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷[3]তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল।[1][2] অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।[2]তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ [4]সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল৷ মহাত্মা গান্ধীয়ে শঙ্কৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে৷[5]

10/09/2023

╱◥██████◣
│∩│🪟▤│🪟│
▓▆▇█▓🚪▓█▇
এ ঘৰটো কপি কৰিব পাৰিলেই বুঝা যাব,
আপনাৰ ফোন বহুত দামী।

31/08/2023

Happy Raksha bandhan ❤️
Today,s Best photo
❤❤❤❤❤❤

30/08/2023

🌍জোনবাইৰ দেশতে সাজিম ঘৰ এখনি 😊

🪐🌏
🚀
🇮🇳🇮🇳

29/08/2023

Flood.😥...? বান পানী আহি কি কি কৰি থয় গল.?😥

Photos from Jayprakash sutradhar's post 23/08/2023

Chandrayan 3 sucessfully Landed on the surface of Moon..
Thank you ISRO for making us proud again
Jai Hind 🇮🇳

23/08/2023

📌📣👁️* Eye flu infection*
📌📣আপোনাৰো হৈছিল. নিকী.?
📌📣 আপোনাৰ মতা মত জনাব!

22/06/2023

অলপ সহায় কৰক !!👏
২ মাহৰ পৰা এক জটিল ৰোগ !! কনমানি মুখলৈ চাই!!বাংগালোৰৰ নাৰায়ণা হস্পিতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসাৰ বাবে ৪ লাখ টকাৰ
জীৱন সংগ্ৰামত কেতিয়া কোন মুহূৰ্তত জটিলতা আহি যায় সেয়া হয়তো ভগৱানৰ বাহিৰে আন কোনেও ক'ব নোৱাৰে। তেনে এক জটিল সন্ধিক্ষণত জীৱনৰ স'তে যুঁজি আছে লখিমপুৰ জিলাৰ নাওবৈচাৰ ১নং খলিহা মাৰী গাঁৱৰ এগৰাকী মাতৃয়ে। শ্ৰী মতী কিটুমনি দত্ত (চুম) নামৰ এগৰাকী অতি কম বয়সৰ দৰিদ্ৰ পৰিয়ালৰ মাতৃয়ে যোৱা ২ মাহৰ পৰা এক জটিল ৰোগ -Brain tumour ত ভূগি আছে। এটি ৯ মহীয়া পুত্ৰ সন্তানৰ মাতৃ গৰাকীৰ স্বামীয়ে শাক পাচলিৰ বেপাৰ কৰি কোনোমতে চলি আছে। আৰ্থিক ভাৱে অতি দৰিদ্ৰ পৰিয়ালটোৱে তেওঁৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ প্ৰায় অপৰাগ হৈ পৰিছে। গুৱাহাটী GMCH ত চিকিৎসা কৰি থকা মাতৃ গৰাকীক বৰ্তমান উন্নত চিকিৎসাৰ (Operation) বাবে বৰ্তমান বাংগালোৰৰ নাৰায়ণা হস্পিতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসাৰ বাবে তেওঁলোকক ৪ লাখ টকাৰ estimate দিছে, যদিওঁঁ আৰ্থিক অসুবিধাৰ বাবে পৰিয়ালটো স্থবিৰ হৈ পৰিছে। এই দুখৰ মুহূৰ্তত দূৰ্ভগীয়া মাতৃ গৰাকীৰ বাবে আপোনালোকৰ কিছু আৰ্থিক সহায় আৰু আশীৰ্বাদৰ প্ৰয়োজন বোধ কৰিছে পৰিয়ালটোৱে। আপোনাৰ ক্ষূদ্ৰ সঁহাৰিয়ে মাতৃ গৰাকীৰ লগতে কণমানি সন্তানটিৰ মুখলৈ হাঁহি বিৰিঙাব পাৰে। আশা কৰিছোঁ নিম্ন উল্লেখিত A/C no ত আপোনালোকে দূৰ্ভগীয়া ৰোগীয়া মাতৃ আৰু কণমানি সন্তানটিৰ প্ৰতি অলপ হ'লেও আৰ্থিক সহায় আগবঢ়াই কৃপা দৃষ্টি প্ৰদান কৰিব। (SBI ৰ A/C number / GPay ৰ QR code লগত দিয়া হৈছে।) লগতে এই numberৰ যোগাযোগ কৰিব পাৰিব 7022692566 ।
Gpay number 8486165505 #
#

20/06/2023

সৈনিক শিল্পী 'কলাগুৰু' বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পূণ্যতিথি 'ৰাভা দিৱস'ৰ আজি পবিত্ৰ ক্ষণত মহান বিপ্লৱী শিল্পী গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷ 🙏


#2023.06.20.jun

19/06/2023

📸💒Village wendding A ,2 ,Z video 😊

16/06/2023

আছে যদি মোৰ কপালত লিখা,❣️

16/06/2023

#❣️

13/06/2023

ৰঘুপতি ৰাঘৱ
ৰাজা ৰাম
ৰবি শৰ্মাৰ চিনেমাখন চামেই চাম !



sutradhar

10/06/2023

🔵🌳গছৰ ওপৰত Reel
🔵 🌈🌞আকাশত কিহৰ মেল পাতিছে ,?
🔵তাৰ পাছত কি হল?😊
🔵পদূলি মুখত নতুন দৰা কৈনা পাভ যুৰা 😍

✒️ 👋🥀💐

ইউটিউবত video চাবলৈ চেনেল টো (SUBCURIBE) কৰি লব পাৰে, ধন্যবাদ
youtube video link,::https://youtube.com/
link

05/06/2023

🔵📡আজি মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ তিথিত ভক্ত প্ৰাণ বাপ আই সমস্তৰ লগত কৃষ্ণ🌎🙏

Photos from Jayprakash sutradhar's post 04/06/2023

✒️🫂 সমূহ বন্ধু-বান্ধৱীলৈ 🌎বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
🙏 মই আপোনালোকক আহ্বান জনাইছো যে আমাৰ সুন্দৰ পৰিৱেশ ৰক্ষা কৰক আৰু আমাৰ 🪐গ্ৰহটোক আগন্তুক প্ৰজন্মৰ বাবে বাস কৰাৰ বাবে আটাইতকৈ সুখী স্থান হিচাপে গঢ়ি তোলক।

সকলো শিক্ষাৰ্থীক সেউজীয়া আৰু বহনক্ষম বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছো!
Environment Day

02/06/2023

❣️অন্তৰ চুই যোৱা বাক্য...!! 🌱❤

✅🌄সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ,
✅দুয়োটাই সহ্য কৰিব শিকক,
✅কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ
✅আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায় !

29/05/2023

✒️ নৈ কীনাৰত ভকত বৈষ্ণৱৰ
✒️ লানি নিছিগা সুট
✒️ আচলতে কি হৈছিল 😱

video
Sutradhar

24/05/2023

✅He, is, mentel.youtuber, কিয় কলে ✅দিম্পুয়ে মোক এনেকৈ 😂
✅ Video 😊
✅ Jayprakash sutradhar
✅ YouTube

05/05/2023










02/05/2023

অৰ্থ নথকা এটা Video 😊

27/04/2023

থামনেল চাই video click কৰিলে প্ৰস্তাবা কিন্তু😀

26/04/2023

হিলাই দিছে বিহু এইবাৰ বোৱাৰী সকলে 😀

25/04/2023

বিহু উৰুৱাই দিলোঁ বাপ পেঁকে 😊

19/04/2023

new baick লব আহিছোঁ ❣️

18/04/2023

বিহু বুলি বহাগৰ নাচনীৰ লগত ❣️😘

13/04/2023

প্ৰশংসাৰে উপচাই দিয়ক প্ৰতিজন অসমীয়াই

05/04/2023

সমুখত হেঁপাহৰ ৰঙালী। বিহু অনুষ্ঠানলৈ সাজু গাওঁৰ ঢোলিয়া নাচনী

04/04/2023

বসন্তৰ আগমন..?

পছোৱা বতাহ জাকে
ধৰালৈ আনিলে বসন্তৰ আগমন।
বহুত দিনৰ অপেক্ষা ত থকা
বিৰিখে যেন প্ৰাণ পাই উঠিছে
আৰু প্ৰাণ পাই উঠিছে
নিজকে বিহুলৈ সজাই তোলাৰ অপ্ৰাণ চেষ্টাই।
আহঁতৰ কোমল পাতৰ মাজেদি সকলো নির্জনতা ভেদ কৰি
ভাঁহি আহিছে কুলি চৰাইৰ দৰদী মাত।
নাহঁৰ কেতেকী ৰ গোন্ধই চৌদিশ আমোলমোলাই গৈছে।
জাগি উঠিছে মনত বিহু বুলি সাঁচি ৰখা নানা আশা।
দুৰৈৰ ঢোল পেঁপাৰ শব্দ ই নাচনী হতঁক বাউলী কৰিছে। উফ ;
কিমান যে সপোন,বিহুতো বুলি।
সকলোৱে দিলে বহাগৰ এক মিঠা শিহৰণ
বসন্তৰ আগমন।

কলম✍️ জয়প্ৰকাশ সূত্ৰধৰ

Want your business to be the top-listed Media Company in Dhemaji?
Click here to claim your Sponsored Listing.

Videos (show all)

🙏জয় গুৰু শঙ্কৰ🙏  🌍🎂শ্ৰীমন্ত শঙ্কৰদেৱে সংঘ, পৱিত্ৰ ভাগৱত শোভাযাত্ৰা: ...
🌍জোনবাইৰ দেশতে সাজিম ঘৰ এখনি 😊  #chandrayan3 🪐🌏 #chandaryan3misson🚀  #chandariyan3🇮🇳🇮🇳
Flood.😥...? বান পানী আহি কি কি কৰি থয় গল.?😥
👁️ Eye flu infection 😊  আপোনাৰ মতা মত জনাব🙏
অলপ সহায় কৰক !!👏
Village wendding A ,2 ,Z video
আছে যদি মোৰ কপালত লিখা,❣️@austriyana_dihingia @_miss_anayna_sarma @_____rajdeep__sd @neelakash__das #abstractart
#Assamese #Reels #❣️#beauty #vairelreels
গছৰ ওপৰত Reel তাৰ পাছত কি হল?😊  নতুন দৰা কৈনা পাভ যুৰা 😍
🔵📡আজি মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ তিথিত ভক্ত প্ৰাণ বাপ আই সমস্তৰ লগত কৃষ্ণ🌎🙏
✒️ নৈ কীনাৰত ভকত বৈষ্ণৱৰ ✒️ লানি নিছিগা সুট ✒️ আচলতে কি হৈছিল 😱
He, is, mentel.youtuber, কিয় কলে দিম্পুয়ে মোক এনেকৈ 😂

Category

Telephone

Website

Address


Dhemaji
Dhemaji
LAIMEKURI

Other Video Creators in Dhemaji (show all)
Sidhartha_ boruah_ Sidhartha_ boruah_
Dhemaji
Dhemaji, 787057

❤️Assam ❤️ Dhemajian

Awesome Assam Awesome Assam
Dhemaji
Dhemaji, 787057

নমস্কাৰ.....� আপোনালোকক স্বাগতম আমাৰ (Awesome Assam)ফেচবুক পেজলৈ ||

JB Gohain New JB Gohain New
Dhemaji

Enjoy your Life

Chitraranjan Konch Chitraranjan Konch
Ratanpur, Word No 3
Dhemaji, 787057

Own businesses SIMPLE LIVING;HIGH THINKING

Ishaan Peguツ Ishaan Peguツ
No 1 Santipur Borgayan
Dhemaji, 787059

MADEM G MADEM G
Dhemaji, YO

creator

John soren John soren
Gogamukh Dist Dhemaji
Dhemaji, 787034

Good fitness

Biren Bidyut Nath's Vlogs Biren Bidyut Nath's Vlogs
Dhemaji, 787034

Art, Entertainment, Information & Travel Vlogger

BLACK DOG VOLGE BLACK DOG VOLGE
Dhemaji

vlogs Assamese�. I love my ................................ Assam..

Bisti basumatary Bisti basumatary
Simen Chapori
Dhemaji, 787061

hi friends wellcome to my page

Popi Vlog Popi Vlog
Dhemaji