Beltola Anchalik YUBA SAMAJ

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Beltola Anchalik YUBA SAMAJ, Community Organization, Gauhati.

22/05/2023

ইয়াৰ দ্বাৰা সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে এইবেলি আমি বেলতলা আঞ্চলিক যুৱসমাজে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখনি আলোছনী প্ৰকাশ কৰি উলিয়াব বিছাৰিছো ৷ উক্ত আলোছনীৰ বাবে যদি কোনো ছাত্ৰ ছাত্ৰী বা ব্যক্তিয়ে স্বৰছিত গল্প , প্ৰবন্ধ , কবিতা আদি প্ৰেৰণ কৰিব বিছাৰে নিম্নলিখিত মোবাইল নম্বৰত WHATTSAPP কৰি পথিয়াব পাৰিব
বিদ্ৰ :১/ লিখনি সমূহ দিটিপি কৰি PDF আকাৰে পথিয়াব লাগিব ৷
২/ প্ৰেৰিত লিখনি সমূহ সৰ্বাধিক তিনি পেজতকৈ বেছি হব নোৱাবিব ৷
৩/ ফোনম্বৰত ফোন নকৰিব কেৱল WHATTSAPP হে কৰিব ৷
ফোন নং 9101092995

22/05/2023

সমাগত 'কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস ' প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এইবেলিও আমি বেলতলা আঞ্চলিক যুৱসমাজ সাজু হৈছো ২৬ তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস দিনযোৰা কাৰ্য্যসুছীৰে পালন কৰাৰ উদ্দেশ্য আগত লৈ ৷ সমূহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো ৷

22/05/2023
Photos from Beltola Anchalik YUBA SAMAJ's post 08/10/2022

এইবেলি আমি প্ৰথম বাৰৰ বাৱে আয়োজন কৰা দুৰ্গতী নাশিনী দেৱী দুৰ্গাৰ পুজাভাগৰ কিছু মূহুৰ্ত মুখগ্ৰন্থৰ মাধ্যমেৰে সাছি ৰাখিলো ৷৷

Photos from Beltola Anchalik YUBA SAMAJ's post 26/09/2022

ৰাইজৰ সহায় সহযোগ আৰু মা দুৰ্গাৰ আশীশ শিৰত লৈ বেলতলা বজাৰস্থিত কেৰেং গাৰো সোৱৰনী পূৱেৰুণ সংঘ বাকৰিত আয়োজন কৰা হৈছে প্ৰথম বাৰ্ষিক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা ৷ পূজাভাগ সাফল্যমণ্ডিত কৰাৰ বাৱে সমূহ শুভাকাংশীৰ উপস্থিতি তথা দিহা পৰামৰ্শ কামনা কৰিলো ৷৷ " জয় মা দুৰ্গা "

Photos from Beltola Anchalik YUBA SAMAJ's post 20/06/2021

"বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে
নাছা নাছা তমোহৰদেও নাছা"
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পুণ্য তিথিত আমি বেলতলা আঞ্চলিক যুৱ সমাজে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ক'ভিড প্ৰটকল অনুশৰি ছয় সদস্যৰ উপস্থিতিত পতাকা উত্তোলন আৰু ৰাভাদেৱৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয় অনুষ্ঠানত উপস্থিত থাকে কমল জ্যোতি মহন্ত ,মাধৱ গাৰো, পংকজ বৰো , প্ৰদীপ ৰাজবংশী, ধ্ৰুৱজ্যোতি দাস আৰু অজয় চন্দ্ৰ কলিতা ৷৷

Photos from Beltola Anchalik YUBA SAMAJ's post 20/06/2020

কলাগুৰু বিষ্ণু ৰাভা দিৱশ উপলক্ষে আমি অনুষ্ঠুপীয়াকৈ গ্ৰহণ কৰা কাৰ্যসূছীৰ কিছু মূহুৰ্ত ৷

15/06/2020

সদাসয় ৰাইজ তথা প্ৰিয় সতীৰ্থ বৃন্দ , বিশ্বজুৰি মহামাৰী COVID - 19 এ সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ বাৱে আমি এইবছৰ কলাগুৰু বিষ্ণু ৰাভা দিৱস সম্পূৰ্ণ কাৰ্যসূছীৰে উদযাপন কৰিব নোৱাৰীম যদিও আমাৰ সতীৰ্থ তথা শুভাকাংশী সকলৰ পৰামৰ্শ মতে অহা ২০ জুন , শনিবাৰে ৰাতিপুৱা ৯ বজাত সামাজীক দুৰত্ব বজাই ৰাখি পতাকা উত্তোলন , শ্বহীদ তৰ্পন , কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বৃক্ষৰোপনৰ কাৰ্যসূছী গ্ৰহন কৰা হৈছে ৷ উক্ত কাৰ্যসূছী সমূহত সমূহ শুভাকাংশীৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিলো ৷

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Videos (show all)

Telephone

Website

Address

Gauhati

Other Community Organizations in Gauhati (show all)
Free fire group fan club Free fire group fan club
Rd Glk Of Srp
Gauhati, 785602

its about fan and lover of free fire

Journalist Association For Assam - JAFA Kamrup District Journalist Association For Assam - JAFA Kamrup District
Bhetapara To Tiniali Connecting Road
Gauhati, BELTOLA

Media Based Organization

BOIEA NER BOIEA NER
Gauhati, 781001

Bank of India Employees Association North Eastern Region

Glaze Galway Product Glaze Galway Product
Assam Kamrup District
Gauhati, 781025

JCI Kamrup Yuva Circle JCI Kamrup Yuva Circle
Gauhati

Junior Chamber International, commonly referred to as JCI, is a non-profit international non-governmental organization of young people. It has members in about 124 countries, and r...

Rotaract Club Of Guwahati Yuva Rotaract Club Of Guwahati Yuva
Gauhati

We Fall, We Raise, We Fly, We are the Rotaract Club Of Guwahati Yuva | Thik Innovative |

Amar Prayas Gosthi Amar Prayas Gosthi
Gauhati, 781038

Amar prayas gosthi is an NGO established in 2007 based in Guwahati and working for the benefits of poorest and marginalized communities in Assam & other regions of north east.

কৈৱৰ্ত্ত সন্মিলনী - অসম কৈৱৰ্ত্ত সন্মিলনী - অসম
Guwahati
Gauhati, 781008

১৯০৫ চনতে গঠিত হোৱা প্ৰথম জাতীয় অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৷

Alumni Association of Guwahati Group NCC Alumni Association of Guwahati Group NCC
Gauhati, 781016

Public Relation Page: Former NCC Cadets Platform of Guwahati Group NCC, NER Directorate.

Ddu-Gky Rama Infotech Pvt. Ltd. AXOM Ddu-Gky Rama Infotech Pvt. Ltd. AXOM
Gauhati, 781026

Empowering India. Powering the World.

Shangkhadhwani Samajik Sanskritik Mancha Shangkhadhwani Samajik Sanskritik Mancha
Gauhati, 781019

Shangkhadhwani Samajik Sanskritik Mancha a cultural form, works for the upliftment of different cult

HOHAI HOHAI
Gauhati

Community Organization & Media. A group providing some informative contents,some news of its time to the community for the better enhancement of knowledge,Wisdom and welfare of the...