NB Media.Com

সোঁতৰ বিপৰীতে, ৰাইজৰ পক্ষত

07/09/2023

এগৰাকী কণমানিৰ প্ৰতিভাই মুগ্ধ কৰিছে সকলোকে

05/09/2023

📌UPPL দলৰ এগৰাকী নেতাৰ অন্তৰংগ মুহূৰ্ত ভাইৰেল!




Video Collection : Facebook

02/09/2023

BSF কেম্পত কুকুৰৰ সৈতে এক মনোৰম দৃশ্য

02/09/2023

📌দলঙৰ পৰা বাগৰি পৰিল এখন চাৰিচকীয়া বাহন
📌এক ভয়ংকৰ দৃশ্য

01/09/2023

শিলসাকোৰ উচ্ছেদ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া।।

01/09/2023

📌শিলসাকোৰ উচ্ছেদ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া।।

01/09/2023

📌অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰাকলৈ AJP ৰ অৰ্ধ সভাপতিৰ প্ৰতিক্ৰিয়া।
📌শিলসাকোৰ উচ্ছেদকলৈ AJP ৰ সভাপতি লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া।।

01/09/2023

📌শিলসাকোত অৰ্ধ উলংগ হৈ মহিলাৰ প্ৰতিবাদ।।
📌পুনৰ উত্তপ্ত পৰিস্থিতি শিলসাকোত।।

01/09/2023

📌ইছলামৰ ওপৰৰ পৰা বিশ্বাস উঠি যাব!কোৰাণৰ ওপৰৰ পৰাও বিশ্বাস উঠি যাব!

মকিবুৰ ৰহমানৰ আগৰ পত্নীৰ সম্বন্ধ উঠি গৈছে!

তীব্ৰ সমালোচনা মস্তফা কামাল আজহাৰীৰ।

.com

31/08/2023

মকিবুৰ মুফটিৰ কাণ্ডকলৈ ইছলাম ধৰ্মৰ মৌলানা,মুফটি সকলৰ ওপৰত বিস্ফোৰক মন্তব্য
সত্যৰঞ্জন বৰাৰ।

31/08/2023

📌বলবমত গৈ শিৱক লগ পালে একাংশই!

.com

30/08/2023

📌হাগোটেই দিব লাগিব টোল টেক্স।।

30/08/2023

📌আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক নিলম্বন |

📌বনকৰা মহিলাৰ ওপৰত ভয়ানক কাণ্ড সংঘটিত কৰিছিল ASP শুভলক্ষ্মী দত্তই |

📌অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ দ্বিতীয়টো টুইত |

30/08/2023

📌১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ।।
📌কোন জিলাত কিমান গ্ৰেপ্তাৰ হব অবৈধ স্বামী।।
.com

29/08/2023

📌 পঞ্চায়ত কৰ্তনৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য

.com

29/08/2023

📌আৰক্ষীৰ হাতত সুৰক্ষিত নহয় জনসাধাৰণ !

📌মুখ্যমন্ত্ৰীৰ ভাষ্য যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত !
.com

16/08/2023

📌এগৰাকী ছাত্ৰীৰ মধুৰ কণ্ঠই মুহিত কৰিছে সকলোকে।

14/08/2023

📌এটি বিশেষ গীতে খলকনি তুলিছে সামাজিক মাধ্যমত।

.com

14/08/2023

📌অতনু ভূঞাৰ কুকুৰৰ পেটতকৈ যতীন বৰাৰ পেট ডাঙৰ।

.com

13/08/2023

📌আজি পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ উদ্যোগত MERI MAATI MERA DESH আজাদী কা অমৃত মহোৎসৱ উৎযাপন

.com

13/08/2023

উমৰা হজ যাত্ৰাৰ বাবে সাজু ৪০ গৰাকী ব্যক্তি।।
গোৱালপাৰাৰ এখন অঞ্চলৰ পৰা উৰা মাৰিব ৪০ গৰাকী ব্যক্তি।।

#

12/08/2023

বাল্যবিবাহলৈ চৰকাৰ কেনে কঠোৰ হোৱা উচিত?

12/08/2023

ডিজিটেল মিডিয়াৰ নৱ সংযোজন NB Media. Com
সোঁতৰ বিপৰীতে, সত্যৰ সন্ধানত।

Media.com

11/08/2023

NB Media.Com লৈ শুভকামনা সদৌ অসম আইন ছাত্ৰ সন্থাৰ দৰং জিলাৰ সভাপতি ইনামুল হকৰ

22/12/2022
Photos from Obaidullah Blogs's post 21/12/2022

প্ৰসংগঃ :অমানৱীয় উচ্ছেদ

দৰঙৰ ধলপুৰত উচ্ছেদ কৰিলে।যাৰ ফলত বহুদিন নিন্দ্ৰাহীন হৈ আছিল উচ্ছেদিত পৰিয়াল।বহু কষ্টত দিন পাৰ কৰিব লগীয়া হৈছিল।কিন্তু পৰৱৰ্তী সময়ত আকৌ সংস্থাপন দিলে ধলপুৰৰ উচ্ছেদিত পৰিয়ালক।কিন্তু ইমান দিন পেটৰ তাড়নাত থাকিব লগীয়া কিয় হল।এতিয়া আকৌ বটদ্ৰৱাত উচ্ছেদ চলায় আছে চৰকাৰ প্ৰশাসনে।তেওঁলোক কি ভাৰতীয় নহয় নেকি?তেওঁলোকৰ কি মৌলিক অধিকাৰ নাই নেকি? মানিছোঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া তেওঁলোকক ভূমি পট্ৰা দিয়া নাছিলে।তেতিয়া কংগ্ৰেছে ভুল কৰিলে।কিন্তু সেই একেই ভুল BJP চৰকাৰে কৰি আছে কিয়?কিয় বাৰে বাৰে চৰকাৰৰ ৰাজনীতিৰ বলি কা পাঠা হয় সাধাৰণ জনতা?কিয় সিহঁতৰ ভুলৰ শাস্তি ভোগ কৰিবলগীয়া হয় সাধাৰণ ৰাইজৰ?কিয় বাৰে বাৰে কাঠৰ পুতুলৰ দৰে ব্যৱহাৰ কৰে ৰাজনৈতিক দলবোৰে?ইহঁতৰ কি কি ভাৰতীয় হিচাপে, মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ নাই নেকি?এনেবোৰ নানা প্ৰশ্নই জাগি উঠে মনত।

19/12/2022

Trading red chilli and red ♥️🍒 nighty

16/12/2022

Chandubipicnicspot

15/12/2022

Elephant 🐘🐘

05/12/2022

ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

04/12/2022

টকাটো বেছি ডাঙৰ কথা নহয়।
সময় থাকোতে সময় উপভোগ কৰক
জীৱনটো ৰংগীন কৰি তোলক

03/12/2022

লেংটা কৰি পিটিব লাগে আজমলক!!!!!

29/11/2022

ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ শুকুৰ আলী


#এই videoকেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে

29/11/2022

বিশ্বাস কৰিব পৰা নাই!!!

28/11/2022

বেছেৰা ।
বেয়াই লাগি আছে।
য়া আলী 3 ৰ কাম চলি থকা সময়তে এইটো বহুত বেয়া
হল।

24/11/2022

ছাত্ৰ-ছাত্ৰীৰ সৈতে
কি কথা পাতিলে শুনো আহক

20/11/2022

জীৱনটো শুকুৰ আলীৰ চিনেমাৰ দৰে হৈ পৰিছে, কোনেও বুজি নাপায়

19/11/2022

সচাঁ নিভাজ প্ৰেম লৰাজনক শলাগিছোঁ...

চি'ৰ অমৰ হৈ ৰব তোমাৰ ভালপোৱা

16/11/2022

এই দৃশ্য মহানগৰীৰ কমাৰ্চ পইণ্টৰ। জনবাহন আৰক্ষী নথকাৰ ফলত ট্ৰেফিক চিগনেল নিয়ন্ত্ৰণ কৰিছে কণমানিয়ে।

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Website

Address


Guwahati
Gauhati

Other Media/News Companies in Gauhati (show all)
ASSAM TIME ASSAM TIME
Guwahati
Gauhati, 781009

Haashidur Islam Haashi Haashidur Islam Haashi
Gauhati

Hi frnds,I m Hashidur Islam Hashi,now u finds all types of such categories videos, plz flw my page.

The Luit Times The Luit Times
Guwahati
Gauhati

Follow Us For Genuine News Updates

NV Live NV Live
Rukminigaon Balika Vidyalay Path. , Rukminigaon. Dispur, Guwahati/22
Gauhati, 781022

NV live is a News Portal and it is the Voice of Common people .The platform of NV live

Pratah Time Pratah Time
Guwahati Goalpara Road, Guwahati
Gauhati, 781122

থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ...

Adhunik Asom Digital Adhunik Asom Digital
#127, Hatigaon
Gauhati, 781038

নিৰপেক্ষ বাতৰি, দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল আপোনাৰ প্ৰিয় ৱেব পৰ্টেল 'আধুনিক অসম ডিজিটেল'

First News Assam First News Assam
HOUSE NO. 1 KRIPASINDHU PATH
Gauhati, 781001

অসমৰ বিভিন্ন প্ৰান্তৰ দৈনিক বাতৰি চাবৰ বাবে, আজিয়েই Subscribe কৰক First News Assam.

Reporter Axom Reporter Axom
Bhangagarh, 7th Floor, Plaza Inn, Guwahati/5
Gauhati, 781005

তথ্যনিষ্ঠ বাতৰিৰে আমি লৈ আহিছোঁ।আমি মানুহৰ বাবে, মানুহৰ স্বাৰ্থত কাম কৰিবলৈ আমি প্ৰতিজ্ঞাৱদ্ধ।

Pragjyotishpur Live Pragjyotishpur Live
Bongaigaon & Gauhati
Gauhati, 783380

Pragjyotishpur Live is a state wise news portal which provides every information people miss out in

News31অসম News31অসম
17 Nh
Gauhati, 781136

News northeast

Jonom Digital Distribution Jonom Digital Distribution
Gauhati, 781022

https://jonomdigital.xyz https://artists.jonomdigital.xyz