Global Mix LIVE

Global Mix LIVE

GMix LIVE is a impartial , trusted publishing media of news with varieties of talents from society.

01/10/2024

★ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋতিষা শৰ্মা আৰু মৈত্ৰেয়ী পাটৰৰ অপূৰ্ব সমাহাৰৰ এই বিশেষ গীতটিৰ অকনমান শুনো আহকচোন......
★ Follow Global Mix LIVE for more updates....

30/09/2024

★ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ২৪ বৰ্ষৰ নৱাগত আদৰণি সভাত মহাবিদ্যালয়ৰ ছাত্ৰী মূৰ্চনা দাস য়ে পৰিৱেশন কৰা এই কালজয়ী গীতটি শুনো আহকচোন.....
★ Follow Global Mix LIVE for more updates.....

30/09/2024

★ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ২৪ বৰ্ষৰ নৱাগত আদৰণি সভাৰ মুখ্য অতিথি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা ই ম'বাইল ফোনৰ ক্ষেত্ৰত প্ৰদান কৰা বক্তব্যটি শুনো আহকচোন......
★ Follow Global Mix LIVE for more updates.....

29/09/2024

★ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ২৪ বৰ্ষৰ নৱাগত আদৰণি সভাত মহাবিদ্যালয়ৰ ছাত্ৰ তন্ময় বৰাই পৰিৱেশন কৰা বৰগীতটি শুনো আহকচোন.....
★ Follow Global Mix LIVE for more updates.....

#বৰগীত

28/09/2024

★ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলক কি ক্ষেত্ৰত ব‍্যতিক্ৰম দেখিলে এঞ্জেলা চাংমাই য়ে......
★ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ২৪ বৰ্ষৰ নৱাগত আদৰণি সভাত নিদিষ্ট বক্তাৰূপে উপস্থিত থাকি যুৱ সাংবাদিক তথা সুবক্তা এঞ্জেলা চাংমাই য়ে অনুভৱৰ বিষয়ে কি ক'লে শুনো আহকচোন.....
★ Follow Global Mix LIVE for more updates.....

28/09/2024

★ গহপুৰৰ বিশিষ্ট কণ্ঠশিল্পী পুলিন বৰুৱা ৰ " নাহৰৰ আঁৰতে " শীৰ্ষক গীতৰ শুভ মুক্তি......
★ ছয়দুৱাৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আজি ৰাইজৰ বাবে গীতটি আগবঢ়াই দিয়ে পুলিন বৰুৱাই.....
★ তলত দিয়া লিংকটোত ক্লিক কৰি সম্পূৰ্ণ গীতটি শুনাৰ লগতে তেখেতৰ YouTube Channel টো Subscribe কৰিব বুলি আশা কৰিলোঁ......
https://youtube.com/watch?v=CJ9bLk6EGug&feature=shared

★ Follow Global Mix LIVE for more updates.....

28/09/2024

★ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা অসমবাসীৰ প্ৰিয় বক্তা এঞ্জেলা চাংমাই Live.......
★ Follow Global Mix LIVE for more updates.....

28/09/2024

★ আজি গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উপস্থিত থাকিব সকলোৰে প্ৰিয় বক্তা তথা সাংবাদিক এঞ্জেলা চাংমাই.......
★ Follow Global Mix LIVE for more updates.....

27/09/2024

★ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নিযুক্তি...…
★ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° ক্ষীৰপদ দত্ত দেৱে আজি পঞ্জীয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰে.......
★ তেখেতে ২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰি আছিল.....
★ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ.....
★ Follow Global Mix LIVE for more updates.....

27/09/2024

★ কণমানিকেইটাৰ প্ৰৱেশ য়ে আপ্লুত কৰিব আপোনাক.....
★ Follow Global Mix LIVE for more updates....

#ভাওনা

26/09/2024

★ গহপুৰ তথা সমগ্ৰ অসমবাসীৰ বাবে এক সুখবৰ......
★ অসমৰ প্ৰথম গৰাকী মহিলা যোগ আৰু প্ৰাকৃতিক চিকিৎসক গহপুৰৰ ডাঃ বনশ্ৰী গগৈ......
★ গহপুৰ ডুবিয়াৰ বনশ্ৰী য়ে সুখ্যাতিৰে যোগ আৰু প্ৰাকৃতিক চিকিৎসা ( Bechlore in Naturopathy And Yogic Science ) BNYS স্নাতক ডিগ্ৰী লাভ কৰে । ইতিমধ্যে বনশ্ৰীয়ে গোলাঘাটৰ অসম ৰাজ্যিক সতী সাধনী বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰকৃতিক চিকিৎসা বিভাগত শিক্ষক হিচাপে যোগদান কৰিছে । আমাৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ....
★ Follow Global Mix LIVE for more updates....

26/09/2024

★ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তন্ময় শইকীয়াৰ কণ্ঠত এই গীতটি অকনমান শুনো আহকচোন....
★ Follow Global Mix LIVE for more updates....

25/09/2024

★ অহা ২৮ তাৰিখ, শনিবাৰে শুভমুক্তি লাভ কৰিব গহপুৰৰ বিশিষ্ট কণ্ঠশিল্পী পুলিন বৰুৱা দেৱৰ #নাহৰৰ_আঁৰতে শীৰ্ষক গীতটিয়ে.....
★ সকলোৱে আদৰি ল'ব বুলি আমি আন্তৰিকতাৰে আশা কৰিলোঁ ।
★ Follow Global Mix LIVE for more updates....

25/09/2024

★ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত আজি বাণিজ্য বিভাগৰ দ্বাৰা অনুষ্ঠিত হয় Business Idea Conclave 2024 .....
★ Follow Global Mix LIVE for more updates....

25/09/2024

★ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত কিহৰ বিপনী এইসমূহ ? সবিশেষ চাওঁ আহক, Live.....
★ Follow Global Mix LIVE for more updates....

24/09/2024

★ কিয় মেৰামতি কৰা নহ'ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ....
★ Attention SDO-Civil, Gohpur & National Highway Authority NHA Headquater
★ Follow Global Mix LIVE for more updates.....

23/09/2024

★ এই প্ৰচণ্ড গৰমৰ বাবে ডা: পবিত্ৰ পান হাজৰিকা ই চালৰ বিষয়ে কি কি ক'লে শুনো আহকচোন.....
★ Follow Global Mix LIVE for more updates.....

22/09/2024

★ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যুৱ শিল্পী সন্মান প্ৰাপক শ্ৰী অৰিঞ্জিতা বৰাৰ দ্বাৰা প্ৰদৰ্শিত সত্ৰীয়া খোল প্ৰদৰ্শনটি উপভোগ কৰোঁ আহকচোন......
★ Follow Global Mix LIVE for more updates.....

22/09/2024

★ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ পুত্ৰৰ কণ্ঠই আপ্লুত কৰিব আপোনাক......
★ Follow Global Mix LIVE for more updates.....

21/09/2024

★ এইগৰাকী শিক্ষয়িত্ৰী য়ে মন মুগ্ধ কৰিব আপোনাৰ.....
★ ভিডিঅ' : সংগ্ৰহ ( rainbowkidsassam )
★ Follow Global Mix LIVE for more updates.....

21/09/2024

★ পানীৰ পাইপত তবলা বজোৱা বাৰু আপুনি দেখিছেনে ?
★ পানীৰ পাইপত সুন্দৰকৈ তবলা বজাইছে নাৰায়ণপুৰৰ প্ৰতিভাৱান যুৱক লক্ষ্মীকান্ত বৰা ই.....
★ Follow Global Mix LIVE for more updates....

20/09/2024

★ অসমৰ জনপ্ৰিয় শিল্পীসকলৰ এই ভিডিঅ'ই আপ্লুত কৰিব আপোনাক.....
★ Follow Global Mix LIVE for more updates....

Want your establishment to be the top-listed Arts & Entertainment in Gohpur?
Click here to claim your Sponsored Listing.

Videos (show all)

উপভোগ কৰি আপুনিও আপ্লুত হ'ব.......
এই কালজয়ী গীতটি শুনো আহক.....
Nomophobia ৰ বিষয়ে কি ক'লে শুনো আহক......
গহপুৰৰ এই ছাত্ৰজনৰ কণ্ঠত গুৰুজনাৰ বৰগীতটি শুনো আহক.....
ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল আনতকৈ ব‍্যতিক্ৰমী কিন্তু কিয় ? জানো আহক......
এই গীতটি বাৰু আপুনি শুনিলে নে ?
★ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা অসমবাসীৰ প্ৰিয় বক্তা এঞ্জেলা চাংমাই Live....... ★ Follow Global Mix LIVE  for more upd...
আপোনাৰ প্ৰিয় বক্তা এঞ্জেলা চাংমাই আজি গহপুৰত......
এই কণমানিকেইটাৰ অভিনয়ে আপ্লুত কৰিব আপোনাক.....
মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা..........
কি কাৰণত ছাত্ৰ - ছাত্ৰীসকলে মহাবিদ্যালয়ত দিব লগা হ'ল বিপনী , সবিশেষ চাওঁ আহক.....
★ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত কিহৰ বিপনী এইসমূহ ? সবিশেষ চাওঁ আহক, Live.....★ Follow Global Mix LIVE for more updates......

Telephone

Address


NH-15 , GOHPUR, BISWANATH (784168)
Gohpur
784168

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 4pm

Other Arts & Entertainment in Gohpur (show all)
Namita Baruah Namita Baruah
Gohpur, 784172

entertainment�

Buroi Mising Yame Buroi Mising Yame
Gohpur, 784170

We make videos to entertainment and others. If you like our videos please subscribe to our Youtube channel ,Link is in website.

অচিন পক্ষী - Achin Pokhi অচিন পক্ষী - Achin Pokhi
Gohpur

অচিন পক্ষী টোৱে যেন তোমাৰ মাজতেই বিলি?