ZIA Official

Islamic authentic information

14/04/2024

ঈদ পালন কৰাৰ কৰাৰ নামত কিছুমানে শ্বৰীয়ত উলঙ্ঘা কৰা দেখা গৈছে দেৱালিৰ নিচিনা ফটকা ফুটুৱা, ডিজে বজোৱা, গান-বাজনা ইত্যাদি সেই সকল মোছলমানক আল্লাহে কেতিয়াও মাফ নকৰে কাৰণ তেওঁলোকে ইছলামৰ এক পৱিত্ৰ দিনক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰিছে।

11/04/2024

সমূহ বন্ধুবৰ্গলৈ ঈদুল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু দোৱা কৰিছোঁ মহান আল্লাহে মানৱ জাতিৰ মাজত শান্তি-সম্প্ৰীতি কায়েম কৰি দিয়ক, আমীন।

09/04/2024

Apne andar kuch dekhna hai to khubia dekh komia dekhne k lie loug hai na, kodom rakhna hai to age rakh piche khichne k lie loug hai na.

08/04/2024

ঈদৰ জুন লৈও কিছুমানে মিছা প্ৰচাৰ চলায় সিহঁতৰ আল্লাহলৈ ভয় নাই নেকি? এটা ৰুজাৰ মুল্য গোটেই জীৱনে দিব পাৰিব নেকি?

03/04/2024

Sab se na mila koro itni sadgi k sath, yeh daur alog hai yeh log alog hai, Agar is jamane mein bhi aap wafa dhund rehe ho, to aap jeher k batal mein dawa dhund rehe ho.

20/03/2024

অহাকালিৰ পৰা মাগফিৰতৰ আয়াম আৰম্ভ হ'ব, আল্লাহে বেছিকৈ তাওবা কৰাৰ তৌফিক দিয়ক। আমীন

11/03/2024

আজি ১১/০৩/২৪ জুন দেখা সাব্যস্ত হয় গতিকে তাৰাৱীহ হ'ব।

10/03/2024

আজি ১০/০৩/২৪ তাৰিখ আৰৱ দেশ সমূহত প্ৰথম তাৰাৱীহৰ নামাজ পঢ়া হৈছে, আমি অহাকালি আল্লাহৰ হুকুম হ'লে পঢ়িম।

28/02/2024
28/02/2024

আল্লাহ তা'আলাৰ
ফৰমান
ৰুজা মোৰ কাৰণে আৰু তাৰ বিনিময় স্বয়ং মই দিম।

19/02/2024

ফতাৱা নিজৰ মতে হলে ঠিক আছে, যদি নিজৰ বিপৰীতে হয় তেন্তে দেওবন্দ কোন? ফতাৱাৰ কি বেলু আছে ইত্যাদি বিভিন্ন প্ৰশ্ন।
কথা হ'ল দেওবন্দে ফতাৱা বোৰ নিজৰ মতে লিখি দিয়ে নে তাৰ কিবা নিয়ম- নীতি আছে,
ফতাৱায়ে দাৰুল উলূম খন অধ্যয়ন কৰিলে গম পোৱা যায় যে প্ৰতিটো ফতাৱা দলীলৰ আধাৰত অৰ্থাৎ কোৰান,ছহী হাদিছ ও উলামায়ে মুজাহিদীন সকলৰ কৌলৰ আধাৰত লিখা হয়, গতিকে সেই ফতাৱা যদি কোনোবাই অপমান কৰে তেন্তে তেওঁ কোৰান, ছহী হাদিছ ও উলামায়ে মুজাহিদীন সকলক অপমান কৰিলে।

19/02/2024

যিসকল ব্যক্তিৰ প্ৰথম কলিমাহ লা- ইলাহাৰ "লা" শব্দটোৰ ইলিম নাই তেওঁলোকে উলামায়ে দেওবন্দ'ৰ ভুল দেখা পায়।

16/01/2024

ইনকাম নাই বুলি অৱহেলা নকৰিব,

এবাৰ দুই ভাই ককায়েকৰ এজনে হুজুৰ ছঃ ক গোচৰ দিলে যে মোৰ ভায়েক অকল আপোনাৰ মজলিছত আৰু মছজিদত সময় অতিবাহিত কৰে কোনো কাম কাজ নকৰে যাৰ কাৰণে মই অকলে উপাৰ্জন কৰি ঘৰ চলাব লগা হৈছে, তেতিয়া হুজুৰ ছঃ য়ে তেখেতক কলে যে তুমি তোমাৰ ভায়েকক অৱহেলা নকৰিবা কাৰণ তাৰ বৰকতে তোমাৰ উপাৰ্জন হৈছে।

14/12/2023

ইছলামৰ মতে অহংকাৰী কোন?

এদিন হুজুৰ ছঃ য়ে কৈছে যি ব্যক্তিৰ অন্তৰত তিল পৰিমাণ অহংকাৰী আছে তেওঁ জান্নাত'ত যাব নোৱাৰিব এই কথা শুনি এজন ছাহাবিয়ে আৰজ কৰিলে ইয়া ৰচূল আল্লাহ মই ভাল কাপোৰ, ভাল জোতা পিন্ধি ভাল পাওঁ তেওঁ ভাবিছিল যে ভাল কাপোৰ/ভাল জোতা আদি পিন্ধা চাগে অহংকাৰী হয় হুজুৰ ছঃ য়ে তেওঁৰ কথা শুনি কলে সৌন্দৰ্য আল্লাহ তাআলাই ও ভাল পায় ভাল কাপোৰ পিন্ধা/ ভাল জোতা পিন্ধা অহংকাৰী নহয়, অহংকাৰী হ'ল সত্যক অস্বীকাৰ কৰা আৰু অন্যক তুচ্চ ভবা, আজি ধনীয়ে গৰিবক তুচ্চ বুলি ভাবে, ডাঙৰ পদবীয়ে সৰু পদবীক তুচ্চ বুলি ভাবে,এক জাতিয়ে অন্য জাতিক তুচ্চ বুলি ভাবে এওঁলোক হৈছে ইছলামৰ মতে অহংকাৰী গতিকে এওঁলোক মৃত্যুৰ পিছত জান্নাত ও জান্নাতৰ নিয়ামতৰ পৰা বঞ্চিত থাকিব।

13/12/2023

Wada khilafi mat Koro
Kiunkeh yeh Munafiq ki alamat hai.

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Videos (show all)

Category

Address


Hojai
782445

Other Digital creator in Hojai (show all)
SK on Wheels SK on Wheels
Hojai, 782429

�——�——� �――――� ◥◣��◢◤ ◥◣◢◤ ◥◤ ��FB�� ��King�� ◢◣ ◢◤◥◣ ◢◤��◥◣ �————� �――�――�

Muslim Tv India Muslim Tv India
Hojai

I'm video reels

88pinkivlog 88pinkivlog
Hojai, 782442

𝑨𝒔𝒔𝒂𝒎𝒆𝒔𝒆 𝑩𝒍𝒐𝒈𝒈𝒆𝒓 𝒇𝒓𝒐𝒎 𝑯𝒐𝒋𝒂𝒊🙂𝑴𝒐𝒓𝒐𝒎 𝒅𝒊𝒃𝒂 𝒃𝒖𝒍𝒊 𝑨𝒙𝒂 𝒌𝒐𝒓𝒊𝒍𝒖

bodrul alom 01 bodrul alom 01
Hojai
Hojai

Assam saxe girls Assam saxe girls
Lanka
Hojai, 782446

beautiful Assamese girl

Bilal Ahmed Mazumdar Bilal Ahmed Mazumdar
Hojai, 782445

সপোন দেখিব , হয়তো এদিন আপোনাক আপোনাৰ সপোনে লক্ষ্যত উপনীত কৰাব।

JUBER ASSAM 786 JUBER ASSAM 786
Marjag Pathar
Hojai, 782439

UniqueVlogg UniqueVlogg
Hojai
Hojai

I am harun

Aftar__00 Aftar__00
Hojai
Hojai, 782435

EditZ123 EditZ123
Jurapukhri
Hojai, 782442

I'm Ariyan

S jann S jann
Pub Jugijan Hojai
Hojai, 782429

hol Dosto es page apko facebook es paise kamane ke bare me bataunga...keep follow thank you

Basit Bhai Boss Basit Bhai Boss
Peer Bazar
Hojai, 782439

Instagram reels videos