আব্দুল মজিদ জাতীয় বিদ্যালয়
Nearby schools & colleges
Near Assam Gramin Vikash Bank, Dhing Town, Dhing, India
782426
37 Road
782124
Rupahi College
Shwahid Ullah
Fauzdaripatty
Pub-Photalijar
782136
Educare Senior Secondary School
You may also like
ABDUL MOZID JATIYA BIDYALAY
DHINGGAON, DAGAON, NAGAON
ASSAM
সাৱধান...
সন্মানীয় অভিভাৱক- অভিভাৱিকাসকল আপোনাৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰক অন্যথা বিপদ অনিবাৰ্য , প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে PEN NO( Parsonal Education Number) বাধ্যতামূলক হ'বলৈ গৈ আছে যিটো কেৱল মাত্ৰ U - DISE থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰীয়ে লাভ কৰিব পাৰিব , U - DISE নথকা কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই PEN NO লাভ নকৰিব ,যাৰ বাবে আপোনাৰ সন্তানটো আধাতে পঢ়া সামৰিব লগা হ'ব পাৰে, যিটোৰ বাবে আপোনাৰ সন্তানৰ প্ৰতি থকা সপোন আৰু আশা নিমিহতে ধ্বংস ত পৰিণত হ'ব পাৰে, সচৰাচৰ গাঁৱত বহুতো পৰিয়াল/ মানুহ নিৰক্ষৰ বা অশিক্ষিত কিন্তু সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে সিহঁতে বুজি নাপায় U - DISE / PEN NO কি ? গতিকে আপুনি এজন সচেতন ও শিক্ষিত ব্যক্তি হিচাপে আপোনাৰো দায়িত্ব যাতে আপোনাৰ চুবুৰীয়া ছাত্ৰ- ছাত্ৰী এনে ভূলৰ মূখামুখি নহয়, শৈক্ষিক দিশত ভাল আৰু U - DISE CODE থকা বিদ্যালয়ত আপোনাৰ সন্তানৰ লগতে আপোনাৰ চুবুৰীৰ ছাত্ৰ ছাত্ৰী সকলক নামভৰ্তিৰ বাবে সুপৰামৰ্শ দি দুখীয়া আৰু নিৰক্ষৰ ব্যক্তিসকলক সহায় কৰক 🙏🙏
বি: দ্ৰ- আমাৰ আব্দুল মজিদ জাতীয় বিদ্যালয়ৰ U - DISE CODE প্ৰাপ্ত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ।
2024-25 শৈক্ষিক বৰ্ষৰ নামভৰ্তি চলি আছে
আব্দুল মজিদ জাতীয় বিদ্যালয়, ধিংগাওঁ
অংকুৰ পৰা নৱম শ্ৰেণী লৈ
যোগাযোগ 7002036854
আব্দুল মজিদ জাতীয় বিদ্যালয়ৰ পৰা প্রাক- শ্রেণীৰ ছাত্র - ছাত্রী সকলক মনোৰঞ্জন দিয়াৰ উদ্দেশ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বৰদোৱা (বটদ্ৰৱা) লৈ যোৱাৰ কিছু দৃশ্য ৷
শিক্ষামূলক ভ্ৰমণ আব্দুল মজিদ জাতীয় বিদ্যালয়ৰ পৰা কোকা (কাৰ্বি আংলং ) লৈ যোৱাৰ কিছু দৃশ্য ৷
২০২৩-২৪ শিক্ষাবৰ্ষৰ নগাওঁ জিলাৰ দশম শ্ৰেণীৰ Pre - Final Assessment Examination (পৰীক্ষা)ৰ ৰুটিন |
২০২৪ চনৰ HSLC ৰ পৰীক্ষাৰ ৰুটিনৰ (Routine)
2023-24 শিক্ষাবর্ষৰ আব্দুল মজিদ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ সমূহ ছাত্র - ছাত্রীক ৰাতি কচিং(Coaching) ৰ ব্যৱস্থা কৰা হৈছে। তাৰে কিছু দৃশ্য |
৫ ছেপ্তেম্বৰ" শিক্ষক দিৱস" উপলক্ষে আব্দুল মজিদ জাতীয় বিদ্যালয় বিদ্যালয়ৰ সমূহ শিক্ষক - শিক্ষয়িত্ৰী তথা ছাত্র - ছাত্রী সকলৰ দ্বাৰা জাতীয় বিদ্যালয়ৰ সংগীত পৰিৱেশন |
আব্দুল মজিদ জাতীয় বিদ্যালয়ত ৫ ছেপ্টেম্বৰ "শিক্ষক দিৱস" উদযাপন কৰাৰ কিছু দৃশ্য |
*আজি শিক্ষক দিৱস*
১৮৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মাদ্ৰাজৰ তিৰুটানি নামৰ চহৰত জন্ম হয়। শিক্ষকসকলৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু মৰম কৰাৰ বাবে তেখেতেৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৬২ চনৰ আজিৰ দিনটোৰ পৰাই তেখেতৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত আব্দুল মজিদ জাতীয় বিদ্যালয়, ধিংগাঁও (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল) ত উলহ- মালহেৰে উদযাপন কৰো। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে প্ৰতিজন শিক্ষাগুৰুৰ সু-স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ।
Happy teacher's day all my sir 🎊🎊🎊🎊🎊🎊
নগাঁও জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ সময়সূচী ২০২৩
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Telephone
Website
Address
Dhinggaon
Nagaon
Nagaon, 782140
Deepjyoti Vidyapith is a private institute,and we are working hard to grow the futures of poor children of our rural locality,and we want support from all of you.And the page is to...
Telia Bebejia Pathar
Nagaon, 782124
Adarsha Vidyalaya Juria, Nagaon. An English medium government school under CBSE curriculum RMSA Ass
RRB Road, Haiborgaon
Nagaon, 782002
This is an official page of Department of Herbal Science and Technology, Anandaram Dhekial Phookan College, situated at Haiborgaon, Nagaon.
Amsoi Dalimbari Road
Nagaon, 782425
We would like to make human resources through our best efforts. We will provide students different activities and performances. We want your valuable suggestions and openions to th...
37 Road
Nagaon, 782001
Kidsbuddy School is a pre primary and extracurricular school. We have a more extracurricular program for children.
Kadamoni Pather, Juria
Nagaon, 782124
Senior Secondary School (Class VI to Class XII) SCIENCE Stream Only