Zubeen Garg Helping Hands

ৰাইজৰ সেৱাত, ৰাইজৰ বাবে আমি সদায় আগৰণুৱা

14/03/2024

জুবিন গাৰ্গ কাৰোৰে খেলাৰ পুতলা নহয়। তেওঁক মানসিকভাৱে চাপ দিয়া কাৰোৰে অধিকাৰ নাই।

Photos from Zubeen Garg Helping Hands's post 06/01/2024

আপোনালোকৰ পৰা অকন মান সহায় পাম বুলি পোষ্টটো আগবঢ়াই দিলো । মানুহে মানুহৰ বাবে 🙏

“মোৰ ঘৰ লখিমপুৰৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ২নং ঢেকিয়াল গাৱত । অতি দুখেৰে জনাও যে মোৰ এজনি কণ্যা সন্তান, তাইৰ বয়স আঢ়াই বছৰ তাই প্ৰায় এক বছৰৰ পৰা Herat ৰ ৰোগত আক্রান্ত হৈ বৰ্তমান বাংগালোৰৰ নাৰায়ণ মেডিকেলত চিকিৎসাধীন হৈ আছে । তাইৰ লগত ঘৰৰ সকলো সা-সম্পতি শেষ হল যদিও বৰ্তমান তাই সুষ্ট হৈ উঠা নাই । আজি প্ৰায় দুই মাহ বাংগালোৰতে আছো আমি, ধাৰ কৰি অনা পইচা পাতি কেইটাও শেষ হৈ বৰ্তমান আমি বহুত ডাঙৰ অসুবিধাত পৰিছো । সেই হে অসমৰ দল সংগঠন আৰু সু-হৃদয় বান ৰাইজৰ অলপ মান সহায় বিচাৰিছো ছোৱালী জনীক সুষ্ট কৰি নিবলৈ ।”

- বিদিশা ভূঞা

A/C Number = 59191888985
IFSC CODE = IDIBOOOD624
Gpy No = 7022692566

Zubeen Garg
স্নিগ্ধৰাগ জোনাক
Mriduplabon Dev Nath
Mriduplabon Sumu Nath
Anup Kumar Baruah Baruah

27/03/2023

That attitude is just💥

24/03/2023

Catch Zubeen Garg for the first time ever as a Radio Jockey only on Radio Gupshup 94.3 FM !!
25th March Saturday!!

Zubeen Garg Helping Hands Zubeen Garg Fan Club

24/03/2023

ৰেডিঅ' Gupshup 94.3 FM ৰ উদ্যোগত জুবিন গাৰ্গৰ সাংগীতিক জীৱনৰ বৰ্ণিল ৩০ বছৰীয়া যাত্ৰা অহা ২৬ মাৰ্চ, ২০২৩, ৰবিবাৰে সন্ধিয়া ৫ বজাৰ পৰা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ (AEI) উৎযাপন কৰা হ'ব । উক্ত অনুষ্ঠানটিত জুবিন গাৰ্গৰ লগতে বহুতো কন্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব । আপোনালোকে বিনামূলীয়াকৈ Pass সংগ্ৰহ কৰিবলৈ Baahi Music Appটো ডাউনলোড কৰক অথবা গুৱাহাটী স্থিত Gupshup ৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰক ।

SUPPORTING PARTNER
------------------------------------------
Zubeen Garg Fan Club, Chirang
Troll Zubeen Garg Haters
Zubeen Garg Helping Hands

23/03/2023

পোন প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক Radio Jockey ৰূপত দেখিবলৈ পাব অহা ২৫ মাৰ্চত, শনিবাৰে । ৰাতিপুৱা ৭ বজাৰ পৰা নিশা ৮ বজালৈকে একমাত্ৰ Radio Gupshup 94.3 Fm ত 🤩❤️🥳

20/03/2023

আপোনালোকে ইমান দিন আমাক প্ৰচাৰ কৰি অহা দেখা পাইছে যে “আহি আছে ২৩ ত ৩০” বুলি ।

আজি আপোনালোকক জনাবলৈ পাই সুখী যে Radio Gupshup 94.3 Fm ৰ উদ্যোগত জুবিন গাৰ্গৰ সাংগীতিক জীৱনৰ ৩০ বছৰ হোৱা উপলক্ষে “২৩ ত ৩০” বুলি এক অনুষ্ঠান আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানটিত জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিবেশন কৰিব । অহা ২৬ মাৰ্চত অসম অভিযান্ত্ৰিক খেল পথাৰত সন্ধিয়া ৫ বজাত । উক্ত অনুষ্ঠানটিৰ Entry Pass সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিবলৈ আপোনালোকে Baahi Music App টো ডাউনলোড কৰক অথবা Gupshup ৰ অফিচৰ পৰা আপোনালোকে Pass সংগ্ৰহ কৰিব পাৰে ।

SUPPORTING PATNER
Zubeen Garg Helping Hands
Zubeen Garg Fan Club, Chirang
Troll Zubeen Garg Haters

19/03/2023

একদম

14/03/2023

😔

13/03/2023

প্ৰিয় শিল্পী♥️
এক অনুষ্ঠানত জুবিন গাৰ্গৰ মন্তব্য

13/03/2023

মেট্ৰিক সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

13/03/2023

শ্বিলঙৰ অসম ভৱনত জুবিন গাৰ্গ আৰু অনুৰাগীৰ নৃত্য ♥️

12/03/2023
11/03/2023

♥️

10/03/2023

কৌশিক মহন্তৰ এই প্ৰতিভা আগুৱাই যাওক♥️
মায়াবিনীৰ সুৰ♥️

06/03/2023

প্ৰকৃত জুবিন অনুৰাগী কিমান আছে আজি দেখা যাওকচোন😁♥️

05/03/2023

✍️বিশ্বজিৎ চৌধুৰী

04/03/2023

জুবিন♥️

04/03/2023

পশ্চিমবঙ্গৰ এটি অনুষ্ঠানৰ অংশবিশেষ ♥️

03/03/2023

হয় বাৰু♥️

03/03/2023

ভাল কথা বা যোগাত্মক চিন্তাত এনেকৈ মতামত আগবঢ়োৱা আজিলৈকে দেখা নাই কিন্তু সমালোচনা কৰিবলৈ হ'লে সকলো উবুৰি খাই পৰে । কাৰণটো কি ? নিজকে সৰ্বজান্তা বুলি ভাৱে নে প্ৰকৃত ঘটনাটো জানিবলৈ অকণমানো আগ্ৰহ নাই নেকি?

এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ বা চুক্তি কৰিলে বিশেষ ব্যক্তি জনক সময়টো জনোৱা হয় আৰু সময় আছিল ৰাতি ৯.৩০ বজাত আৰু তেওঁক মঞ্চ দিয়া হৈছে ৰাতি ১১.৪৫ বজাত । কিন্তু আয়োজকক জিলা প্ৰশাসনে সময় নিধাৰণ কৰি দিছিল ৰাতি ১২ বজালৈকেহে । ৯.৩০ বজাৰ পৰা বিশেষ কোনোবা এজন ব্যক্তিয়ে মঞ্চ বিচাৰি ৰৈ থাকিব লগা নিশ্চয় বিৰক্তিকৰ হ'ব আৰু সেই বিৰক্তিদায়ক ক্ষোভে তেওঁক দহিলে কথা সিমানেই অন্যহাতে সমগ্ৰ অসমত উচ্চতৰ মাধ্যমিক, আৰু উচ্চ মাধ্যমিকৰ পৰীক্ষা বোৰ চলি আছে ৷ বহুত অভিভাৱকে দাদাক ব্যক্তিগত ভাবে মেছেজ বা অন্য লোকৰ জড়িয়তে সোনকালে গীতৰ অনুষ্ঠান শেষ কৰিবলৈ অনুৰোধ কৰি আছিল । গতিকে পৰীক্ষাৰ সময়ত উচ্চ শব্দৰ প্ৰাবল্যত গান নাগাই পৰীক্ষাত অবৰ্তীৰ্ণ হৈ থকা ছাত্ৰ ছাত্ৰীৰ বাবে পৰিবেশ বিনষ্ট নকৰাৰ সিদ্ধান্তটো লোৱাৰ বাবে জুবিনক গাৰ্গক বহুতে ওলোটাই ধন্যৱাদ হে যাঁচিছে ৷ সেই বাবে কয় জুবিন ব্যতিক্ৰমী, আনতকৈ বেলেগ ৷ বহুতে জপিয়াই জপিয়াই গালে, অভিভাৱকৰ বহুত ফোন কল আহিল ,কিবা এটা কৰক । পৰীক্ষাৰ্থীক আমনি কৰি কোনো চিন্তা নকৰাকৈ যি সকলে গীত গালে, চিঞৰিলে সি শিল্পী হ'ব নোৱাৰে ৷ বোলে -বিয়ালৈ ইমান জোৰকৈ মাতিলা ,নিমন্ত্ৰণ ৰক্ষা কৰিলো, দেখা দিলো,পিচে পেট বেয়া খাবহে নোৱাৰিম,নাচিব নোৱাৰিলো বাই ৷

বি:দ্ৰ- ১ মাৰ্চটো গুৱাহাটীত দাদাৰ অনুষ্ঠান আছিল সেই অনুষ্ঠানো তেওঁ বাতিল কৰিলে । বহুতে নিজে ফেমাছ হবলৈ সামাজিক মাধ্যমত আবুল তাবোল কৈছে কিন্তু দিনটোৰ আজৰি সময়ত তেওঁ কিন্তু যাক টাৰ্গেট কৰি সামাজিক সাধ্যমত গালি পাৰি আছিল তেওঁৰ গান হে শুনি আছে ।

COPY :- Hrishikesh Joysagar

03/03/2023

এজন অনুৰাগীৰ অনুভৱ

03/03/2023

ভাবিবৰ হ'ল কথাষাৰ
✍️Mrigangka Mousam

03/03/2023

যি গৰাকী শিল্পীয়ে অসমীয়া সংগীত ক এটা উচ্চস্তৰৰ মাএা প্ৰদান কৰিলে,যি গৰাকী শিল্পী য়ে অসমীয়া ছবি ৰ প্ৰতি ৰাইজৰ বিশ্বাস আনিলে,চিনেমা হলত অসমীয়া ছবি চলাবলৈ বাধ্য কৰালে,যি গৰাকী কোচৰাজবংশীৰ বিভিন্ন গীত কে ধৰি বিশ্বৰ বিভিন্ন ভাষাত গীত গাই অসমলৈ সুনাম অৰ্জন কৰিছে সেই গৰাকী জীৱন্ত কিংবদন্তি Zubeen Garg ক বঙাইগাওঁ ত আক্ৰাছু ৱে নিষিদ্ধ কৰা কাৰ্যক একেমুখে ধিক্কাৰ দিলো ।
Koch-Rajbongshi Youth
Zubeen Garg Helping Hands

Want your organization to be the top-listed Non Profit Organization in Nagaon?
Click here to claim your Sponsored Listing.

Videos (show all)

That attitude is just💥
শ্বিলঙৰ অসম ভৱনত জুবিন গাৰ্গ আৰু অনুৰাগীৰ নৃত্য ♥️
কৌশিক মহন্তৰ এই প্ৰতিভা আগুৱাই যাওক♥️মায়াবিনীৰ সুৰ♥️
প্ৰকৃত জুবিন অনুৰাগী কিমান আছে আজি দেখা যাওকচোন😁♥️
পশ্চিমবঙ্গৰ এটি অনুষ্ঠানৰ অংশবিশেষ ♥️
https://youtu.be/5bCJRU5U24c
আছে বহু নীতি তাথাপিও হৈ আছে অনীতি-দূৰ্নীতিতাকে ফাদিল কৰিবলৈ আহি আছে ৰাজনীতি.....!!অহা ২৩ ডিচেম্বৰত মঞ্জিত শৰ্মাৰ দ্বাৰা ...
আজি Zubeen Garg Helping Hands  অসমৰ তৰফৰ পৰা জুবিনগাৰ্গৰ জন্ম দিন উপলক্ষে খাদ‍্য বস্ত্ৰ বিতৰণ আৰু অনাতাৰ লোক শিল্পী শ্ৰী...
Hidoyor gann.....ahi ase regoni...t 31oct...8-30Pm....
Bondhu .....
কণ্ঠশিল্পী - জনঞ্জয় শইকীয়া/প্ৰাঞ্জল প্ৰীত, গীতৰ কথা আৰু সুৰ - প্ৰাঞ্জল প্ৰীত, সংগীত ব্যৱস্থাপনা - কুকিল সিংহ । তলৰ লিংক...

Telephone

Website

Address


Nagaon

Other Non-Governmental Organizations (NGOs) in Nagaon (show all)
ARPU Nagaon ARPU Nagaon
Nagaon

Assam Registered Pharmacist Union, Nagaon

Abdul Rouf Memorial Foundation Abdul Rouf Memorial Foundation
Nagaon

Serving in Health , Education & Rural development project even in humanities basically.

District Road Safety Committee Nagaon District Road Safety Committee Nagaon
Nagaon

This page is to provide information about Road Safety protocols in Nagaon, Assam including Awareness and laws and penalties for violation of Traffic Rules.

Usarga social development sangstha Usarga social development sangstha
Nagaon

Non Governmental organisation.

দিশ-Way Towards Humanity দিশ-Way Towards Humanity
Haibargaon
Nagaon

Social Service

Gopal GST Solution Gopal GST Solution
Rahadhala
Nagaon

Integrate your Accounting Systems, ASP Software for online submission of all GST Returns. GST Suvidha Provider GSP API for ERP, CBS, ASP Software and all Business Applications.

Dedicated Towards Humanity - DTH Dedicated Towards Humanity - DTH
Chotohaibar
Nagaon, 782003

Dedicated Towards Humanity - DTH Registered under The Societies Registration Act XXI of 1860 And an affiliated youth club of Nehru Yuva Kendra, Nagaon

Naba Astha Foundation Naba Astha Foundation
Kolongpar
Nagaon, 782002

Naba Astha - Non Profit Organisation Established in 2007 Registration No. : NG/254/H/110

Ishan Research and Welfare society Ishan Research and Welfare society
Nagaon, 782124

Non-Profit Organization.

EKHUJ EKHUJ
Nagaon, 782003

Always One Step Ahead towards Humanity

Serve Humanity Foundation, Kaliabor Serve Humanity Foundation, Kaliabor
Misa, Kaliabor, PIN-, P. O Missa
Nagaon, 782138

Kaliabor Serve Humanity Foundation helpless women and child development organization

Babu bhaiya fan club Babu bhaiya fan club
Upper Pathri Nagaon
Nagaon, 782101

please like and follow