News10 অসম
News
Breaking News
নাজিৰাৰ শিঙিবিল চাহ বাগিচাত সেনা – আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক এজন নগা যুৱক যুৱকজনৰ পৰা জব্দ এটা 9mm পিষ্টল , ৯ জাঁই সজীৱ গুলী , যুৱকজনৰ নাম হেণ্ডডোৱা ফৰ্ম ।
নাগালেণ্ডৰ মককছং জিলাৰ লুছাই পানী আনাকী বস্তিৰ হয় ধৃত যুৱক জন।
গেলেকীৰ পৰা হাফিজ আলীৰ ৰিপ'ৰ্ট
পথ দূৰ্ঘটনাত নিহত পৰিয়াললৈ ক্ষতি পূৰণৰ দাবী
পথ দূৰ্ঘটনাত নিহত পৰিয়াললৈ ক্ষতি পূৰণৰ দাবীত গেলেকী ONGCৰ DSA কলণীৰ সম্নুখত উত্তপ্ত পৰিস্থিতি।
গেলেকীৰ মাজমজিয়াৰ পথৰ অৱস্থা
গেলেকীত চালক সন্থাৰ কাৰ্য্যাল মুকলি
মিছাজান নামদঙ্গীয়া নদীত মৃতদেহ উদ্ধাৰ
মৃতদেহটো নামতি লোণপূৰীয়া গাৱৰ ছাত্ৰ ভাগ্যজ্যোতি বৰাৰ বুলি জানিব পৰা গৈছে
শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষক কৰ্মচাৰীৰ এন পি এছ সভা।
Only for Entertainment
মহৰ দানী বিছাৰি হাহাকাৰ
গেলেকী আঞ্চলিক চালক সন্থা গঠন ।।
মুখ্য মন্ত্ৰী অহাৰ বাবে কেবাখনো বিদ্যালয়ৰ পাঁঠ দান বন্ধ ।
গেলেকীত যোৱা নিশা আটক 3 টাকৈ ONGC ৰ পাইপ চোৰ
শিৱসাগৰ গেলেকীৰ তৈল খাদ ত উত্তপ্ত পৰিস্থিতি।
গেলেকীৰ Punjab National Bank ত উত্তপ্ত পৰিস্থিতি।
👉বহু দিনৰ পৰা গেলেকী Punjab National Bank ৰ অধীনত থকা CSP ৰ এজেণ্টে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ।
👉
ডলু চাহ বাগিচা উচ্ছেদক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত।
👉সচাকৈয়ে পংকজ মেচ বিপ্লৱী সংগঠন আলফাত যোগদান কৰিছে নে।
গেলেকীত ব্যক্তিগত ব্যৱসায়ী প্ৰতিষ্ঠানলৈ গেছ পৰিবাহী পাইপ পোতাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া
মজুৰি নোপোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ
Big Breaking News
👉হালোৱাটিং আৰক্ষী থানাৰ বৃহৎ সাফল্য।
👉Bolero ভৰ্ত্তি অৰুণাচলী সূৰা জব্দ।
👉 আজি পূৱাৰ ভাগতে গেলেকী নাগালেণ্ডৰ অভিমুখে গৈ থকা অৱস্থাত সূৰা ভৰ্তি Bolero বাহন খন দেওপানীত ধৰিবলৈ সক্ষম হয়।
👉তীব্ৰ গতিত গেলেকী নাগালেণ্ডৰ অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা চিগনেল খুটাত খুন্দা মৰাৰ ফলত কথমপি ৰক্ষা পৰে বাহনখন।
👉পিছে পিছে হালোৱাটিং আৰক্ষী থানা খেদি অহা বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে।
👉 দূৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে সূৰা ভৰ্তি বাহন খনৰ চালক আৰু আনজন যুৱক ঘটনা স্থলীত বাহন খন এৰি পলাই যায়।
👉ইতিমধ্যে হালোৱাটিং আৰক্ষী য়ে সূৰা ভৰ্তি Bolero বাহন খন নিজৰ জিম্মাত আৰক্ষী থানা লৈ লৈ যায়।
Slug - উদীয়মান কণ্ঠ শিল্পী পাৰ্থ প্ৰতীম ৰাজকোঁৱৰক সম্বৰ্ধনা।
Story- শিৱসাগৰ নামতিত অনুষ্ঠিত বসন্ত উৎসৱ উদযাপন অনুষ্ঠান।
👉 তেলপানী উদীয়মান যুৱ সংঘ,তেলপানী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত আয়োজন কৰে বসন্ত উৎসৱ উদযাপন অনুষ্ঠান।
👉আৰু এই অনুষ্ঠানতে নামতি তেলপানী গাঁৱৰ উদীয়মান কণ্ঠ শিল্পী পাৰ্থ প্ৰতীম ৰাজকোঁৱৰক সম্বৰ্ধনা জনোৱা হয়।
👉বিগত ২০২১ বৰ্ষৰ Voice of India চিজন 1ত এই গৰাকী উদীয়মান কণ্ঠ শিল্পী পাৰ্থ প্ৰতীম ৰাজকোঁৱৰে প্ৰথম স্হান লাভ কৰিছিল।
👉 আজি হাজাৰ হাজাৰ ৰাইজৰ উপস্হিত বসন্ত উৎসৱ উদযাপন অনুষ্ঠানত তেলপানী উদীয়মান যুৱ সংঘৰ কৰ্ম কৰ্তাই কণ্ঠ শিল্পী গৰাকীক সম্বৰ্ধনা জনোৱা দেখা যায়।
👉উদীয়মান শিল্পী গৰাকীৰ সন্দৰ্ভত স্হানীয় ৰাইজ আৰু তেলপানী যুৱ সংঘৰ কৰ্ম কৰ্তাৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো।
(শিৱসাগৰ গেলেকীৰ পৰা হাফিজ আলীৰ ৰিপ'ৰ্ট)
👉ডেৰ বছৰীয়া এজনী কণমানিৰ কৰুণ কাহিনী।
👉কিযে বিধাতাৰ লিখন।কিযে বিধাতাৰ লীলা।
👉মাতৃগভৰ পৰা মায়াবিনীৰ পৃথিৱীত চকু মেলিও কেৱল মাত্ৰ দুখ আৰু দুখ।
👉হয় , এই পখিলা খেদা, মিচিকিয়াই হাহি দিয়া কণমানি শিশু টোৰ নাম হৈছে-পৰিছমিতা উৰাং।বয়স মাথো ১ বছৰ ৭ মাহ। পিতৃৰ নাম হৈছে- প্ৰদীপ উৰাং। আৰু এই কণমানি শিশু টোৰ ঘৰ হৈছে-শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত নপাম বাৰুৱতী গাঁওৰ ৫ নং ৱাৰ্ডত।
👉এতিয়া আহো আচল কথালৈ।
👉পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে এই কণমানি জনী জন্মৰে পৰা জণ্ডীছ ৰোগত আক্ৰান্ত হৈছিল।
👉জণ্ডীছ ৰোগত আক্ৰান্ত হোৱা বাবে জন্মৰ ৩ দিনৰ পিছতেই ডিব্ৰুগড় মেডিকেল হস্পিটেলত কণমানি জনীৰ শৰীৰৰ তেজ সলনি কৰিব লগীয়া হৈছিল।
👉 কিন্তু বিধাতাৰ কিযে লিখন, যিমানেই দিন বাগৰিল কণমানি পৰিছমিতা ৰ শৰীৰৰ অংগ সমূহ ভালকৈ লৰচৰ কৰিব নোৱাৰা হ'ল।বহিব, বাগৰিব ,খেলিব আনকি মাত কথাও মাতিব নোৱাৰা হল।
👉দিন হাজিৰা কৰা পিতৃয়ে সামৰ্থ অনুযায়ী চিকিৎসা কৰি আহিছে যদিও আজি পৰ্যন্ত মৰমলগা পৰিছমিতা সুস্থ হৈ উঠা নাই।
👉আছে নেকি কোনো মানৱ দৰদী, হৃদয় বান ব্যক্তি,দল সংগঠন ।কণমানি পৰিছমিতাৰ বাবে অলপ সহায়ৰ হাত আগবঢ়ালে হয়তু পৰিছমিতা আৰোগ্য হৈ উঠিব পাৰে।
👉যদি সহায় কৰিব বিচাৰে অথবা এই শিশুটোৰ সবিশেষ জানিব বিচাৰে তেন্তে screen-ত দিয়া 84533-83414 নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰে।
বৰহোলা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত আৰু গেলেকী আৰক্ষী থানাৰ সহযোগত সজাগতা সভা।
👉বৰহোলা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকে নাজিৰা চক্ৰ সংগঠক চুতেনফা শ্যাম,নপাম বৰহোলা গাঁৱৰ গাঁওপ্ৰধান হেম ৰাজোৱাৰ।
👉আৰু এই সজাগতা সভাত ছাত্ৰ ছাত্ৰী সকলৰ সাহিত্য প্ৰতিযোগিতাৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাও দেখা যায়।
অʼত গুম তʼত গুম হাতী গুম গুম কৰে
ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে ?
অʼত গুম তʼত গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে ১/ অগা পিছাকৈ সাতটা ফুটা অপঁইতা বাঁহৰ চুঙা সুললিত সুৰেৰে কিহে কৰে বেঙা ? = বাঁহী ২/ অʼত গুম তʼত গুম হাতী গুম গুম কৰে ব্ৰ...
https://assamnews10.blogspot.com/2021/10/blog-post.html
অসমীয়া সাঁথৰ অলনিৰ কুকুৰা দলনিত চলে, চুই দিলেই কোন বাৰু জাপ খাই পৰে ? ১/ অলনিৰ কুকুৰা দলনিত চলে, চুই দিলেই কোন বাৰু জাপ খাই পৰে ? =নিলাজী বন ২/ অলনিৰ চৰাইটো বননিত চৰে ভৰি দিলেই কিহে বাৰু ঢে....
Komola bari
https://youtu.be/AlO-_-SDli8
CAA নামানিলে
https://youtu.be/eB7-vWPRNSk
জোন জোনলীৰ মাক
জোন-জোনালী, ৰূপালী
গীতাঞ্জলিৰ মাক এইবাৰ বাৰু #ইলেকচনত
#ভোট দিবি কাক ?
ভিডিঅ সংগ্ৰহ : Teekhi Mrichi
সংগীত : ত্ৰৈলোক্য সোণোৱাল
জোন-জোনালী, ৰূপালী গীতাঞ্জলিৰ মাক এইবাৰ বাৰু #ইলেকচনত #ভোট দিবি কাক ?
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
785684
Sivasagar
Sibsagar
এই পেজটোত Geopolitics- ৰ লগত জৰিত ভিদিও আপল'ড কৰা হব, ভিদিও ভাল লাগিলে পেজটো follow কৰিব 🙏🙂
Sibsagar
Sibsagar, 785640
শিৱসাগৰ,প্ৰতিটো ক্ষণতে আমি আছোঁ আপোনাৰ সৈতে....✍️🙏
Sibsagar, 785640
We bring to you news on online & also on our website. Stay updated through a seamless holistic exper
Sibsagar At Road
Sibsagar, 785640
It is a 24*7 running News Portal run by a group of Expertises