Bhaskar Boruah
নিজক ভালপাওঁ🚩কৰ্ম ই ধৰ্ম। মই কিন্তু সদায় হৰাজনৰ পক্ষত। বিফলতা মোৰ প্ৰিয়💓নাৰীক সদায় সন্মান কৰোঁ।
❤️🙏
আজি অলপ ফুৰিলো।💓💓
জুবিন দা সোনকালেই সুস্থ হৈ উঠক। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ❤️❤️
সকলো উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালোঁ।🥰
*নতুন শিক্ষা নীতি* 2020( *New Education Policy*)
নতুন শিক্ষানীতিক কেন্দ্ৰীয় কেবিনেটে আজি মঞ্জুৰ কৰে ।
১০শ্ৰেণী বৰ্ড বন্ধ M.Phil বন্ধ কৰা হ'ল। মাননীয়
মন্ত্ৰীও কেন্দ্ৰীয় শিক্ষা বিভাগ ভাৰত চৰকাৰে
প্ৰস্তাৱিত নতুন শিক্ষানীতি ২০২০ আজি কেন্দ্ৰীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্ৰায় ৩৬বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী হৈছে।
নতুন শিক্ষানীতি কেবিনেটে আজি (new education policy2020) সেউজ সংকেট প্ৰদান কৰে।৩৪বছৰৰ পিছত শিক্ষানীতিত কি কি পৰিৱৰ্তন আহিল তাক সৰলকৈ জানো আহা। নতুন শিক্ষানীতিৰ প্ৰকাৰ সমূহ চমুকৈ জানো আহা।
----5 Years Fundamental---
1. Nursery @4 Years
2. Jr KG @5 Years
3. Sr KG @6 Years
4. Std 1st @7 Years
5. Std 2nd @8 Years
---- 3 Years Preparatory---
6. Std 3rd @9 Years
7. Std 4th @10 Years
8. Std 5th @11 Years
----- 3 Years Middle---
9. Std 6th @12 Years
10.Std 7th @13 Years
11.Std 8th @14 Years
---- 4 Years Secondary---
12.Std 9th @15 Years
13.Std SSC @16 Years
14.Std FYJC
15.STD SYJC @18 Years
মন কৰিবলগীয়া কথা:
----কেৱল 12ৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা
---M.Phil বন্ধ কলেজৰ ডিগ্ৰী ৪বছৰ
10class Exame বন্ধ Mphil বন্ধ ---
৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা -- স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়োৱাব লাগিব
বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় লব লাগিব।
আগতে 10পৰীক্ষা দিব লাগিছিল এতিয়া নালাগে ।
9 class ৰ পৰা 12 লৈ চেমিষ্টাৰ ৰ্ফৰ্মলা হব স্কুলৰ শিক্ষা 5+3+3+4 ফূৰ্মলাত পঢ়োৱা হব ।
কলেজৰ ডিগ্ৰী 3আৰু 4 বছৰ হব । ইয়াৰে প্ৰথম বছৰ চাৰ্টিফিকেট কৰ্চ দ্বিতীয় বছৰ ডিপ্লমা আৰু তৃতীয় বছৰ ডিগ্ৰী তৃতীয় বছৰ ডিগ্ৰী পাব।
৩বছৰ ডিগ্ৰী তেওঁলেকে পাব যিবোৰ শিক্ষাৰ্থী উচ্চতশিক্ষা লব নিবিচাৰে । সেইবিলাক শিক্ষাৰ্থীয়ে ৪বছৰ ডিগ্ৰী হ'লে সেই ১বছৰতে M.A কৰিব পাৰিব।
M.A ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব।
ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলে এটা কৰ্চৰ মাজতে আন এটা কৰ্চ কৰিব পাৰিব ২০৩৫;ভিতৰত গ্ৰেছ এনলমেণ্ট ৫০হাজাৰ আশা কৰে।
উচ্চ শিক্ষাটো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডিমিক ফাইনেন্সছিয়েল অটোনমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হব ।দেশৰ মুঠ৪৫হাজাৰ কলেজক সাঙৰি লোৱা হব ।
চৰকাৰীএটা শ্লগান চৰকাৰী নিজৰ সপোনৰ প্ৰজেক্ট সকলো সংস্থাক হব সমান।
সংগ্ৰহ:ভাৰত চৰকাৰ শিক্ষামন্ত্ৰণালয় ও সংসদীয় চেনেল।
My favourite singer Arundhati Bhanupriya Baaa
সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।
অহা কালিলৈ নগাঁও জিলাৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া *অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ* ২৭তম ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জিন্দাবাদ 🚩🚩
আছু হাৰিলেই কাজিয়া হয় কিয়?
-----------------------------------------------------
বৰ্তমানৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ কিয়নো আছুৰ কেন্দ্ৰীয় কাৰ্যালয় থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসভাৰ নিৰ্বাচনত অতি গুৰুত্বপূৰ্ণ সম্পাদক পদত আছু প্ৰাৰ্থী পৰাজিত৷ কটন ৰাজ্যিক বিশ্ববিদ্যালয়ত আছু বিধ্বস্ত৷ ABVPয়ে উজনিৰ ৮০% কলেজত বিগত ৫ বছৰে আধিপত্য চলাইছে৷ বৰাক উপত্যকা, মধ্য আৰু নামনি অসমৰ কলেজ সমূহতো ABVPৰ অবিশ্বাস্য সফলতা বিগত সময়ত৷ তেন্তে আছু ক’ত? কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেইজনমান নেতা? নে সমুজ্জ্বল ভট্টাচাৰ্যৰ সোৱে বাঁৱে ঘূৰা কেইজনমান চুলিত ৰং ঘহা নেতাই আছু নেকি?
*৩৫-৪৫ বছৰ বয়সতো আঞ্চলিক- মহকুমা সমিটিৰ দায়িত্ব লৈ থকা আছু নেতাই পাহৰি যায় যে দুটাকৈ ছাত্ৰ প্ৰজন্ম উপযুক্ত হৈও উপেক্ষিত হৈ ৰয়৷* এনে অতি যোগ্য, দক্ষ, সক্ষম ছাত্ৰৰ প্ৰথম পছন্দত ABVP পৰিণত হৈছে৷ কাৰণ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত কম বয়সতে ABVPৰ নেতাই উপযুক্ত সামাজিক- ৰাজনৈতিক সংস্থাপন লাভ কৰিছে৷ আছুৰ চান্দামুখী, ফল বিহীন আন্দোলনৰ প্ৰৱণতাৰ বিপৰীতে সংস্কাৰ উদ্ভাৱন দক্ষতাক গুৰুত্ব দিয়াৰ বাবেই খোজ নিগাজি হৈছে ABVPৰ৷
*জীৱন বন্তি নুমাবৰ সময়ত পশুপক্ষীৰো কপনি উঠে৷ আছুৰ সেয়াই হৈছে৷* সেয়ে যি কলেজতেই আছু পৰাজিত হৈছে, তাতেই কাজিয়া কৰি লাইম লাইটলৈ অহাৰ চেষ্টা কৰিছে৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশনত অলিম্পিক পদক বিজয়ী লাভলীনা বুঢ়াগোহাঁই আৰু শ্ৰী শ্ৰীনিবাস জী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
🚩🚩🚩
অনিমেষ ভূঞাৰ মূল অভিযুক্ত ধীৰে দাস ওৰফে কলা ল'ৰাৰ মৃত্যু। আৰক্ষী জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গাড়ীৰ খুন্দাত মৃত্যু কলা ল'ৰাৰ।
অকালতে প্ৰাণ হেৰুৱা ছাত্ৰ নেতাজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।
মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা ২০২১ৰে সন্মানিত হোৱা অসম কন্যা লাভলিনা বুঢ়াগোহাঁইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
মৰাণৰ দুটাৰ লগত ❤️❤️❤️
ৰাষ্ট্ৰ নিৰ্মাণৰ সৈনিক 🚩🚩 চৰাইদেউ জিলাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলৰ লগত।
🚩🚩🚩ভাৰত মাতা কি জয়🚩🚩🚩
🚩🚩🚩ABVP CHARAIDEO 🚩🚩🚩
🚩🚩একতা🚩🚩
ভাল দিনবোৰ আহক।
বেয়া দিন বোৰ যেন নাইকিয়া হওক ❤️❤️
আমাৰ একতা।
এয়াও সময় বৰ দুখময়
জীৱন যে যাতনাময়ী।😭🚩❤️
ৰাষ্ট্ৰ বাদ।
♥️জীৱনৰ সৈতে যুদ্ধ কৰাৰ মানসেৰে এই প্ৰয়াস।♥️
সকলোকে স্বাগতম।♥️🙏
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Telephone
Website
Address
Sibsagar
Sibsagar, 785640
AAP Assam State SM Joint Coordinator. Organising Secretary Sivasagar Dist RTI Committee.
Sivasagar
Sibsagar, 785640
মোৰ এই Pageটোত আপোনালোকে ধাৰ্মিক Motivational Video পাব Please Like, Comment, Share and Follow কৰিব।