R News

ৰাজ্যৰ লগতে দেশ বিদেশৰ সকলো ধৰণৰ বাতৰি সত্য আৰু সুন্ধৰ ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যৰে এই যাত্ৰা

Photos from R News's post 10/02/2024

দক্ষিন শালমাৰাৰ বন্দিহানা আৰক্ষী চকীৰ আৰক্ষী বিষয়া ইয়াকুৱ আলীৰ বিয়োগ ।
জৰুৱা বন্দিহানাত শোঁকৰ ছাঁ।
বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ।

মৃত্যু এক চিৰন্তন সত্য । জন্মিলে মৃত্যু হব । কিন্তু কিছুমান মৃত্যু মানি লবলৈ টান । হয় তেনে এক মৃত্যুৰ বাতৰিয়ে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে জৰুৱা বন্দিহানা অঞ্চলত ।
বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াকুৱ আলীৰ মৃত্যুৰ বাতৰিয়ে ব্যাথিত কৰিছে অঞ্চলবাসীক ।
গোৱালপাৰা জিলাৰ ময়না পথাৰ গাৱৰ ইয়াকুৱ আলী বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল। কালি হঠাৎ অসুস্থতা অনুভৱ কৰাত ততাতৈয়াকৈ গুৱাহাটী নেম কেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় । তাতেই আজি পূৱা ৫ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে।
তেওঁ এজন সৎ,আৰু নিষ্ঠাবান, ব্যক্তি আছিল।
তেখেৰ মৃত্যুত জৰুৱা বন্দিহানা অঞ্চলৰ বিভিন্নি দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

09/02/2024
31/01/2024

টিকটৰ বাবে এতিয়াই যোগাযোগ কৰক 7638099318 / 6900407183 নাম্বাৰত

28/12/2023

অহা ৩০ তাৰিখত গুৱাহাটী প্ৰেছ ক্লাবত হব লগীয়া নিৰ্বাচনত আপোনালোকৰ ভোট দি জয় যুক্ত কৰিব বুলি আশা ৰাখিলোঁ ।।

07/11/2023

জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্যাৰ বিতৰ্কিত মন্তব্যৰ পিছত এইবাৰ মুখ খুলিলে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোডৰ সদস্য
ওছমান গনি ...

02/11/2023

I love you maaa

14/10/2023

Coming soon singer Ayub Khan song

06/10/2023

বহু দিনৰ পিছত জেলৰ পৰা মুকলি আকাশৰ তলত শুকুৰ আলী। চাওক কি কলে সাংবাদিকৰ আগত..

06/10/2023

Good morning

05/10/2023

আপুনি DC নে ৰাজহ চক্ৰবিষয়া, কোন আপুনি? হাতৰ আঙুলিৰে দেখুৱাই দিলে মাটি আপোনাৰ হৈ যাব নেকি?

হোজাইত হিন্দু মুছলিম শান্তিত আছে।

ৰাইজৰ ৰোষত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ..

04/10/2023

হাইৰে বাতাৰ ৰে ভাই

04/10/2023

আজিৰ পৰা বাতৰি সমূহ update দিয়া হব .

06/07/2023

জাগীৰোড আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ৷

04/07/2023

সমাজ সেৱক নজৰুল ইছলামৰ মহানুভৱতা৷

03/06/2023

সুন্দৰপাৰা কুশবাৰীত ক্ষীপ্ৰতাৰে চলিছে গৰাখহীয়া প্ৰতিৰোধৰ কাম

19/03/2023

১৯৯২ চনত HS উত্তীৰ্ণ হোৱা আব্দুল হামিদে কি বিচাৰি পালে YOUTUBE ত?

18/03/2023

অস্তিত্বৰ সংকটত বন ঘৰচীয়া ঘোঁৰা৷

12/03/2023

ব্ৰয়লাৰৰ পৰা সাৱধান হওঁক অন্যথা হেৰুৱাব লাগিব প্ৰাণ৷

10/03/2023

ধুবুৰীৰ মহামায়া উন্নয়ণ খণ্ডৰ সাধুভাষা গাঁও পঞ্চায়তৰ বাট পথৰ দুৰৱস্থা

09/03/2023

বৃদ্ধ লোক জনক উদ্ধাৰ কৰিবলৈ প্ৰয়োজন আপোনাৰ এটা share ৰ৷ যোগাযোগ:- 8011047838

Want your business to be the top-listed Media Company in Silchar?
Click here to claim your Sponsored Listing.

Videos (show all)

টিকটৰ বাবে এতিয়াই যোগাযোগ কৰক 7638099318 / 6900407183 নাম্বাৰত
জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্যাৰ বিতৰ্কিত মন্তব্যৰ পিছত এইবাৰ মুখ খুলিলে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোডৰ সদস্যওছমা...
Coming soon singer Ayub Khan song
বহু দিনৰ পিছত জেলৰ পৰা মুকলি আকাশৰ তলত শুকুৰ আলী। চাওক কি কলে সাংবাদিকৰ আগত..

Website

Address


Silchar
782445

Other Media/News Companies in Silchar (show all)
Katigora BJP Social Media Katigora BJP Social Media
Katigora
Silchar, 788804

Silchar  Talks Silchar Talks
Silchar

'Silchar Talks' is a Barak Valley based digital media platform . It aims to cover all the latest happenings in the vally.

### Volga ### Volga
Dayapur T. E
Silchar, 788030

newspaper

News Bangla Silchar News Bangla Silchar
Silchar

NEWS BABGLA SILCHAR - এ আপনাদেরকে স্বাগতম জানাই

Barak News Barak News
Silchar, 788115

Barak News page is রেজিস্টার্ড গরিব মানুষদের ভিডিও ফ্রিপ্রমোশনাল ভিডিওর জন্য 50% এডভান্স করতেই হবে l

Silchar Mirror Silchar Mirror
Silchar, 788005

JAZBA MEDIA JAZBA MEDIA
NIZ HARITIKAR PT II
Silchar, 788805

https://youtube.com/@jazbamedia76?si=lKMk7wWkLbjP057d

Swadhin bazar Today Swadhin bazar Today
Swadhin Bazar, India
Silchar, 788119

Swadhinbazar today is the swadhinbazar own digital media that aim to cater to the village exclusive

Vision TV9 Vision TV9
Silchar

Vision TV9 is a online based multimedia content channel.

News Bangla News Bangla
Guwahati
Silchar

News Time Barak - DU News Time Barak - DU
Silchar

News Time Barak launched in August 19, 2018 is an independent multilingual online information portal. We try to focus on all the top news to update our readers.

The Meitei The Meitei
Silchar, 788001

The best and most beautiful things in the world cannot be seen or even touched - they must be felt with the heart.