NTV অসম সত্যৰ সন্ধানত

সত্যৰ সন্ধানত News অসম 247 news media agency

02/09/2023
02/05/2023

অহা ২০ বছৰলৈ অসমত মুখ্যমন্ত্ৰীৰ আসন খালী নাইঃ মন্ত্ৰী পীযুষ হাজৰিকা

09/04/2023

এইয়া অসমীয়া বাতৰিৰ নতুন ধাৰা 😌

16/03/2023

বাজেটত ঘোষণা। ৫০০ উচ্চ মাধ্যমিক বিদ্যালয়ক চৰকাৰে দিব ১ কোটিকৈ টকা।

16/03/2023

বৈদ্যুতিক বাহনৰ গৰাকীয়ে পাব পঞ্জীয়ন মাচুল ৰেহাই।
২ শতাংশ ৰেহাই পাব যান-বাহনৰ কৰ।

16/03/2023

একেৰাহে প্ৰথম স্থান পাই নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে পাব টেবলেট।

16/03/2023

অসম আৰক্ষীত ন-সংযোজন জৰুৰী সেৱা
DIAL-112ক দিলে ন-ৰূপ।

13/03/2023

'গুৰু-গোঁসাই, নীতি-নিয়ম নামানি যিয়ে কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে তেওঁলোক সদায়ে অশান্তিত থাকে'।

-সৰ্বানন্দ সোণোৱাল
Sarbananda Sonowal

13/03/2023

'কংগ্ৰেছ আৰু বিৰোধীয়ে মিলি ফাদিল কৰিছে মেট্ৰিকৰ প্ৰশ্ন কাকত- বিধায়ক ৰূপজ্যোতি কুৰ্মী।

13/03/2023

দিছপুৰৰ হাতোৰাৰ পৰা ছেবাক মুক্ত কৰাৰ দাবী আছুৰ।

13/03/2023

ছেবাৰ তিনি বিষয়াক জেৰা CIDৰ

13/03/2023

আপুনি কিমান নম্বৰ দিব। জনাওক কমেণ্টত.......

13/03/2023

কমেণ্ট যোগে জনাওক আপোনাৰ মতামত

08/12/2022

▶️অধিক ধন ভৰিবলৈ সাজু হওক বাহনৰ গৰাকী▶️নতুন বছৰত ৰাজ্যবাসীক চৰকাৰে উপহাৰ দিব আৰু এখন টোলগেট।👇👇

🔷নতুন বছৰত ৰাজ্যবাসীক চৰকাৰে উপহাৰ দিব আৰু এখন টোলগেট।ৰাজ্যবাসীক পুনৰ মাধমাৰ শোধাবলৈ সাজু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম।

🔷কলিয়াবৰৰ চুলুঙত নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু এখন টোলগেট।ইতিমধ্যে টোলগেট নিৰ্মাণৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে।

🔷সমাগত নৱবৰ্ষতে অসমবাসীক এই নতুন টোলগেটখন উপহাৰ দিবলৈ সাজু হৈছে চৰকাৰ।

🔷গতিকে অধিক ধন ভৰিবলৈ সাজু হওক নগাওঁ জিলাৰ কলিয়াবৰ হৈ তেজপুৰ দিশে যাত্ৰা কৰা বাহন আৰু তেজপুৰ পৰা কলিয়াবৰ হৈ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰা বাহনৰ গৰাকী।

🔷এই সন্দৰ্ভত এতিয়া সৰ্বসাধাৰণ ৰাইজ তথা দল–সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

02/12/2022

মিছন বসুন্ধৰা ২.o
মোৰ মাটি,মোৰ অধিকাৰ।
----------------------------------------

Photos from NTV অসম সত্যৰ সন্ধানত's post 04/11/2022

ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী বিষয়া।
ধৰা পৰিল লখিমপুৰৰ জলসম্পদ বিভাগৰ অভিযন্তা তৰুণ চন্দ্ৰ মৰাং আৰু সমৰজ্যোতি শইকীয়া।

04/11/2022

আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা অসমৰ জনপ্ৰিয় অভিনেতা অতুল পাচনিলৈ সহায়ৰ হাত চৰকাৰৰ, প্ৰদান কৰিলে আৰ্থিক সাহায্য

30/10/2022

আৰক্ষীৰ অভিযানত অসম-অৰুণাচল সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ…

26/08/2022

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ২৮ আগষ্টত পুনৰ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। সেউজ সংকেত দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ২১ আগষ্টত ইন্টাৰনেট কৰ্টন কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে একাংশই দাখিল কৰিছিল PIL

26/08/2022

Himanta Biswa Sarma

26/08/2022

🛑 উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল ৰঞ্জিত গোস্বামী

Photos from NTV অসম সত্যৰ সন্ধানত's post 26/08/2022

স্বাধীনতাৰ পাছত অসমৰ আটাইতকৈ বেছি সময় শিক্ষামন্ত্ৰী থকা ড° হিমন্তবিশ্ব শৰ্মাৰ শিক্ষাৰ মডেলক ৰাইজৰ আগলৈ আগবঢ়াই দিলোঁ।

Photos from NTV অসম সত্যৰ সন্ধানত's post 26/08/2022

শুভ জন্মদিন ❤

Photos from NTV অসম সত্যৰ সন্ধানত's post 06/08/2022

জয় হিন্দ 🇮🇳
এঘণ্টাত ভাৰতলৈ তিনিটাকৈ সোণৰ পদক

Photos from NTV অসম সত্যৰ সন্ধানত's post 03/08/2022

দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ অভিযান অবিৰত চলি আছে।।আজি Directorate of Vigilance & Anti Corruption ৰ এক বিশেষ গোটে কাছাৰ জিলাৰ লক্ষীপুৰৰ ৰেঞ্জ বন বিষয়া শ্ৰী দেৱব্ৰত গগৈক ঘোচ লওঁতে হাতে - লোটে ধৰা পেলায়।। Assam PoliceCMO Assam

28/07/2022

ছ'চিয়েল মিডিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগৰ পতদ্যাগৰ দাবী বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান । কি ঘটনাক লৈ এই দাবী ৰমেন ডেকাৰ স্পষ্টকে উল্লেখ কৰা নাই নেতাগৰাকীয়ে ।

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

সুবাসনা ❤ কনমানিৰ #viral #viralreels #viralpost
বৰ দুখ লগা ! #viralreels #viral #viralpost #PragNews
মিছন বসুন্ধৰা ২.oমোৰ মাটি,মোৰ অধিকাৰ।----------------------------------------
যিসকলে আজিকালি কাৰোবাক সহায় কৰে তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱাই হৈ আছে। তিতা কিন্তু সঁচা!#shorts  #shortsvideos #shortstory ...
অন্তিম শয়নত কিশোৰ
এইবাৰ 'অংক ছাৰ' নহয়, এইবাৰ হিন্দী ছাৰ
অসমত অসমীয়া ভাষাক অপমান মানি লোৱা নহব
গামোচা গচকি যোগ দিৱস পালন বিজেপি নেতাৰ ভাইৰেল ভিডিঅ
এই দৃশ্য দেখি বুকু কপিব আপোনাৰ
কলিয়াবৰত ৰজা ফেঁটী সাপ উদ্ধাৰ ।
চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ আত্মহত্যা:
ভয়ংকৰ দৃশ্য বন্দী কেমেৰাত

Website

Address


Guwahati
781005

Other News & Media Websites in Guwahati (show all)
Barta Live 24 Barta Live 24
Kahilipara Road
Guwahati, 781019

We report news the way It is : Unfiltered and unbiased It's time for you to explore your neighborhood with authentic news.We report to you with hard-hitting journalism and trustwor...

The Inquilaab The Inquilaab
Guwahati, 783445

The Inquilaab Is one of the India's leading source of news Cricket Matchs and other Cricket series r

Marwadi in Assam Marwadi in Assam
Guwahati, 781001

Friends, I created this page for Marwari brothers who live in Assam. So that everyone can stay c***e

Assam Insight Assam Insight
Guwahati
Guwahati, 781024

News

The Opinion The Opinion
Guwahati, 781003

Analytical News Platform.

Singjuri Live Singjuri Live
Singjuri Lanka Hojai
Guwahati

Due to lack of development road c***ectivity system in the area, this channel is for awakening the p

Inside Northeast BODO Inside Northeast BODO
Guwahati

It’s an independent media run by a team of dedicated and experienced Journalist of North East from

Assam Barta 24 Assam Barta 24
Guwahati

News

সত্য প্ৰচাৰ সত্য প্ৰচাৰ
Guwahati

সত্য সংবাদৰ বাবে আমাৰ সৈতে থাকক...

GuwahatiJob24 GuwahatiJob24
Guwahati, 781037

Job Information Page Update Everyday Gov Job, private Job 🌟 Don't miss out on daily job opportunities! Follow us for diverse roles, career insights, and community support. Your d...

Anupam deka Anupam deka
Guwahati, AKASH123

from : Sonapur wish me: 13 Jun

DeshBachao DeshBachao
Guwahati
Guwahati

media and news