Junmoni Das

i am helpers

07/06/2023

prophecy

14/05/2023

filmy

23/06/2022
19/06/2022
18/06/2022

#সাৱধান!আপোনাৰ সন্তানক অত্যাধিক মবাইল-কম্পিউটাৰ ব্যৱহাৰ কৰা বন্ধ কৰক !

মোৰ একমাত্ৰ সন্মানটোৱে প্ৰায় দুই বছৰ মান বয়সৰ পৰাই মবাইল চোৱা বা ব্যৱহাৰ কৰা শিকিছে। আমি স্নাতক হোৱাৰ পিছতহে মবাইল দেখিছিলো। কিন্তু আজি-কালি এমা-ডিমা অৱস্থাৰে পৰাই শিশুৱে মবাইল ব্যৱহাৰ কৰে। মই মোৰ ব্যক্তিগত অভিজ্ঞতা এইক্ষেত্ৰত কবলৈ বিচাৰিছোঁ। মোৰ ল'ৰা এতিয়া চতুৰ্থ শ্ৰেণীত। কভিড'ৰ দুবছৰ কাল সম্পূৰ্ণ ৰূপে অনলাইন ক্লাছ কৰিলে। সি স্কুলৰ পৰা অহাৰ পিছত দিনটোৰ নিম্নতম ৩-৪ ঘন্টা মবাইল, কম্পিউটাৰ আৰু লেপটপত ব্যস্ত হৈ থাকে। অৱশ্যে ভাৰ্চুৱেল পৃথিৱীৰ পৰা কিছু কথা নজনা নহয়। আজিৰ পৰা দহ-পোন্ধৰ দিন পূৰ্বৰ পৰা সি কৈ আহিছিল যে তাৰ চকুৰ পানী সুকাই যায় আৰু চকু দুটা খুৱ জ্বলা-পোৰা কৰে আৰু বিষায়। মই নিজেও প্ৰায় সপ্তম শ্ৰেণীৰ পৰাই চচমা পিন্ধো। মোৰ চচমাৰ লেনচ মাইনাচ ৫ আৰম্ভ ৯। যিটো যথেষ্ট পৰিমাণে অধিক। সেয়ে জেনেটিকেলি তাৰ চকুৰ পাৱাৰ কমিছে বুলি ভাবি ঘৰৰ কাষৰ চকুৰ চেম্বাৰলৈ তাক লৈ গলো। চিকিৎসকে বিভিন্ন পৰীক্ষা-নিৰিক্ষা কৰি কলে যে চকুৰ পাৱাৰৰ কোনো সমস্যা নাই। কিন্তু মবাইল-কম্পিউটাৰ চোৱা বা ব্যৱহাৰ কৰা তাৎক্ষণিক ভাৱে বন্ধ কৰিব লাগিব। অন্যথা এই অসুবিধাটো গুৰুতৰ হ'ব। পৰবৰ্তী সময়ত চকুত বেজী দিব লাগিব। কেইটামান আই-ড্ৰপ দি দুসপ্তাহ পিছত চিকিৎসকে আকৌ আহিবলৈ কলে। মই নিজেই যিহেতু ভুক্তভোগী সেয়ে বৃহত্তৰ স্বাৰ্থত কথাখিনি ৰাজহুৱাকৈ জনালোঁ।
Copy post

Want your public figure to be the top-listed Public Figure in Tezpur?
Click here to claim your Sponsored Listing.

Videos (show all)

Harsha sai ♥️🌹 help
🙏🙏🙏🙏
🙏🙏🙏❤️❤️❤️
🙏🙏🙏🙏
#Harshasai #lover❤️❤️❤️
♥️♥️♥️♥️♥️♥️🙂🙂
❤️❤️❤️🙏🙏🙏
🙏🙏🙏🙏🌹❤️❤️
♥️♥️❤️❤️🙏🙏🙏
#HarshaSai #help #Kiya #logoko
🌹🌹❤️❤️♥️♥️🙏
❤️❤️❤️❤️🌹

Category

Telephone

Address


Tezpur
94025

Other Actors in Tezpur (show all)
ALL HOT ALL HOT
Tezpur

#all videos# Assam

MAHEK AFRIN MAHEK AFRIN
Tezpur

artist .. follow on Instagram .. Mahek afrin fans club

lovl.yking2184 lovl.yking2184
Tezpur

Mr Perfect ♥️ 👑Official Account👑 💪I Love Fitness 💞 📸 Photography 💞 👔Business🔥From Assam ❤️ 💓

Jwñgshar Daimary Jwñgshar Daimary
Hatidubi
Tezpur, 92

King India, 084718 76340, Assam India Facebook social change through mobile technology and services

M.S Laodum M.S Laodum
Tezpur

Welcome to MS Laodum 'S Official page. This is the Official page of small Bodo fil

Eshad Ali 786 Eshad Ali 786
Kalakuchi
Tezpur

Gaurab bk official Gaurab bk official
Tezpur
Tezpur

nathing is impossible.... you can do everything...

Ashish magar Ashish magar
Tezpur

guys like n follow me ❤️ wish me Happy birthday 16 Septembe guys 🙏 please support me 🙏

Habiz star Indian boy Habiz star Indian boy
Tezpur, 784112

Rimex video and funy

Md.Mojibullah MP Md.Mojibullah MP
Tezpur
Tezpur, 784025

Md.Mojibullah MP from tezpur

New Video New Video
Tezpur