AIUDF Assam Media
Nearby media companies
Hatikhali Hojai
hojai
Gauhati 782439
Hojai, Guwahati
Samar Ali
782435
782435
782439
Hojai
782435
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AIUDF Assam Media, Media/News Company, Hojai.
AIUDF ৰ সন্মানীয় সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ উপস্থিত কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰিমগঞ্জ লোকসভা সমষ্টিৰ AIUDF ৰ প্ৰাৰ্থী সাহাবুল ইছলাম চৌধুৰী পাৰুল চাহাবৰ মনোনয়ন পত্ৰ দাখিল কৰে।
উপস্থিত থাকে AIUDF ৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰশাসনিক তথা পশ্চিম বিলাসীপাৰা সমষ্টিৰ সন্মানীয় হাফিজ বশ্বিৰ কাছিমি চাহাব।
AIUDF ৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাজনৈতিক বিভাগ তথা সোনাই বিধানসভা সমষ্টিৰ সন্মানীয় কৰিম উদ্দিন বৰভূঞা চাহাব।
কাটলিচোৰা বিধানসভাৰ সন্মানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ চাহাব।
প্ৰাক্তন মন্ত্ৰী তথা AIUDF নেতা আবু চালেহ নাজিম উদ্দিন ডাঙৰীয়া।
লগতে কেন্দ্ৰীয়, জিলা AIUDF ৰ সন্মানীয় বিষয়ববীয়া সকলে উপস্থিত থাকে।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Telephone
Website
Address
Hojai
Hojai, 782435
স্বাগতম জনাইছোঁ আপোনাক "AZ News Point" লৈ। আমাৰ Channel টো এবাৰ visit কৰিব আৰু চাব, Follow কৰিব l
Pub Jaruni Doboka
Hojai, 782440
The prime platform where you can find everything what you need to know. It's a continuous process.