KAC News

KAC NEWS, striving for truth.

13/06/2024

উত্তৰ কমেন্ট বক্সত লিখিব

13/06/2024

বহুতে ভাৱে, পশ্চিমবংগত বিজেপিৰ সন্মিলিত শক্তিৰ ওপৰত বাৰে বাৰে কিদৰে বিজয়ী হয় দিদি৷ হয়তো মমতা বেনাৰ্জীৰ এনে পদক্ষেপেই তাৰ কাৰণ৷ বতৰৰ বিঘিনিৰ বাবে খেতি নষ্ট হোৱা কৃষকলৈ এইবাৰ বীমা আচনিৰ অধীনত 293 কোটি টকা একাউন্টযোগে দিলে চৰকাৰে৷ 2019 বৰ্ষৰ পৰা এতিয়ালৈকে 3133 কোটি টকা প্ৰদান কৰা বুলি টুইটযোগে ঘোষণা কৰিছে নেত্ৰীগৰাকীয়ে৷ মমতা বেনাৰ্জীৰ সম্পুৰ্ণ টুইটৰ কথাখিনি এনেধৰণৰ: I am happy to announce that (apart from providing Rs. 2,900 cr. assistance to 1 crore 5 lakh farmers and bargadars across the state under the Krishak Bandhu Natun Scheme), we are also releasing today onwards a sum of Rs 293 crore directly to the bank accounts of our 2.10 lakh farmers who suffered crop losses due to adverse weather conditions during current Rabi season. This is done under our unique Bangla Shasya Bima (BSB) which is our unique crop insurance scheme where the State Government pays the entire premium for all crops.

Since inception in 2019, 3133 crore have reached the bank accounts of the affected one crore farmers! Jai Bangla!

12/06/2024

নীট পৰীক্ষাৰ বিসংগতি: বিলাসীপাৰাৰ গান্ধীচকত এন,এছ,ইউ, আই'ৰ উত্তাল প্ৰতিবাদ
বিলাসীপাৰা: এম,বি,বি,এছ পাঠ্যক্ৰমৰ বাবে ২০২৪ বৰ্ষৰ নীট পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ তুলি প্ৰতিবাদত উত্তাল হৈ পৰে বিলাসীপাৰা চহৰৰ গান্ধী চক। আজি দুপৰীয়া এন,এছ,ইউ, আই'ৰ ধুবুৰী আৰু বিলাসীপাৰা জিলা সমিতিৰ ছাত্ৰ ইউনিয়নৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে ইউনিয়ৰ পতাকা হাতে হাতে লৈ নীট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ দাবী জনায়।শাসকীয় বি,জে,পি দলে বিসংগতিপুৰ্ণ ফলাফলক ঢাকি ৰাখিবলৈ লোকসভাৰ ভোট গণনাৰ দিনাই নীট পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে। গতিকে এই দুৰ্নীতি মানি লোৱা নহ'ব বুলি তেওঁলোকে হুংকাৰ দিয়ে৷ ।নৰেন্দ্ৰ মোডী ,অমিত শ্বাহ "গ বেক " বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে বিলাসীপাৰাৰ গান্ধীচকত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আকাশ-বতাহ কঁপাই তোলে । ছাত্ৰ নেতা তথা এন এছ ইউ আই'ৰ ৰাজ্যিক উপ-সভাপতি জয়নুদ্দিন শ্বেখ ,ধুবুৰী জিলাৰ সভাপতি নূৰুদ্দিন, ছাফিজুৰ আলকাছ ৰহমানকে আদি কৰি বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল। লগতে উপস্থিত থাকে ধুবুৰী জিলাৰ শগুন মাৰী গাঁও পঞ্চায়তৰ সভাপতি আতৰোৱাৰ হুছেইন।
✍️বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট

12/06/2024

কমেন্ট বক্সত জনাওক মতামত

12/06/2024

কথাৰ কথা৷

12/06/2024

আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আজমল ফাউণ্ডেচনৰ প্ৰসংগত যি কথা ক'লে৷

12/06/2024

এটা শ্বেয়াৰ কৰি দিব যাতে পৰিয়ালৰ লোকে গম পায়৷

12/06/2024

উজনিৰ এগৰাকী মুছলিম মহিলাই একেবাৰতে জন্ম দিছিল তিনিটা সন্তান৷ তাৰ পিছত কি বিস্ময় দেখুৱালে তিনিও সন্তানে? নাজিৰাৰ পৰা চৈয়দ মুজিবুৰ ৰহমানৰ বিশেষ প্ৰতিবেদন৷

12/06/2024

স্কুলত ছাত্ৰীসকলে শিকিছে চিলাইৰ কাম৷ হোজাইৰ এইখন বিদ্যালয়ৰ পদক্ষেপ ভাল পাব আপুনি৷

12/06/2024

কিতাপেই উৎকৃষ্ট বন্ধু

12/06/2024

জনাব আপোনাৰ মতামত

11/06/2024

বিপদ কাৰ কেতিয়া কি ৰূপত আহে কোনে জানে? আজি আপুনি কাৰোবাৰ বিপদত সহায় কৰিলে কাইলৈ আপোনাৰ বিপদত মানুহক কাষত পাব৷ তেৰাপুৰৰ ঠেলা চালক আশ্বৰফ আলীক 50/100 টকা দি হলেও সহায় কৰক, বা ভিডিঅটো এটা শ্বেয়াৰ কৰি মানৱ দৰদী লোকৰ চকুত পেলাই দিয়ক৷

11/06/2024

কালিলৈকে মণ্ডলে পাত্তা নিদিয়া মাজুলীৰ ত্ৰিসিদ্ধ নাথ আজি মণ্ডলসকলৰ বিগ বছ৷ 'কেতিয়াবা মই বেয়া পথলৈ গ'লে এই ভিডিঅ'টো মোক দেখুৱাই দিব৷' চৰকাৰে দৰমহা, গাড়ী, লগুৱা সকলো দিয়াৰ পিছত দূৰ্নীতি কিয় কৰিম? এই বাতৰি শ্বেয়াৰ কৰি দেখুৱাওক সকলো চৰকাৰী বিষয়াক৷

11/06/2024

ক্বুৰবানীৰ জন্তুত ০৭ জন শ্বৰীক হোৱাটো জৰুৰী নহয় । সাত জনতোকৈ কম হ'লেও ক্বুৰবানী শুদ্ধ হ'ব । ০৬ জন শ্বৰীক হৈ ক্বুৰবানী দিব৷ ০৭ নম্বৰ অংশ ০৬ জনে একমত হৈ নবীজীৰ নামত ইচালে চৱাবৰ উদ্দেশ্যত দান কৰিব পাৰিব । ক্বুৰবানীৰ নিয়্যত কৰিব নোৱাৰিব ।
যদি পাঁচ জনে পাঁচ অংশ ক্বুৰবানী দিয়ে আৰু এজনে দুই অংশ ৰাখি এটা অংশ নিজৰ ক্বুৰবানী আৰু এটা অংশ নবীজীৰ পক্ষৰ পৰা, এনে নিয়্যতত ক্বুৰবানী দিব পাৰিব৷ কিন্তু ছয় জনে মিলি সাত নম্বৰ অংশ নবীজীৰ হৈ ক্বুৰবানী দিব নোৱাৰিব ।
ফতোৱা আলমগিৰী ।
বৰ্ণনাকাৰী: মুফতী হাম্মাদ চৌধুৰী কাছিমী৷

11/06/2024

আ-মি-ন৷

11/06/2024

গুৰুত্বপুৰ্ণ বাৰ্তা

11/06/2024

একমত হ'লে শ্বেয়াৰ কৰি দিব৷

10/06/2024

সমীক্ষাত ৰাহুল গান্ধীয়ে পিছ পেলালে নৰেন্দ্ৰ মোদীক৷

10/06/2024

চিনি পালে কমেন্ট বক্সত লিখিব৷

10/06/2024

সাগৰৰ প্ৰচণ্ড ঢৌৱে যেতিয়া শ্বাহিদুল আলমক খুন্দা মাৰিছিল! কোন ঠাই ধৰিব পাৰিছে নে?

10/06/2024

আন্তৰিক অভিনন্দন৷

10/06/2024

1. Iqra Munawwar Hasan (Kairana)
2. Mohibullah Nadvi (Rampur)
3. Zia ur Rehman Barq (Sambhal)
4. Afzal Ansari (Ghazipur)
5. Imran Masood (Saharanpur)
6. Tariq Anwar (Katihar)
7. Khalilur Rehman (Jangipur)
8. Yusuf Pathan (Baharampur)
9. Abu Tahir Khan (Murshidabad)
10. SK Nurul Islam (Basirhat)
11. Sajda Ahmed (Uluberia)
12. Isha Khan Chowdhary (Maldah South)
13. Asaduddin Owaisi (Hyderabad)
14. Agha Syed Rohullah Mehdi (Srinagar)
15. Mian Altaf Ahmed (Anantnag-Rajauri)
16. Engineer Rashid (Rashid Shaikh) (Baramulla)
17. Mohammad Javed (Kishanganj)
18. Rakibul Hussain (Dhubri)
19. Shafi Parambil (Vatakara)
20. E.T. Mohammed Basheer (Mallapuram)
21. Dr. Abdussamad Samdani (Ponnani)
22. Mohammad Hanif (Ladakh)
23. Mohammad Hamdulla Sayeed (Lakshadeep)
24. Kani K. Navas (Ramanathapuram)

10/06/2024

চুগাৰ ফ্ৰি ব্যৱহাৰ ভাল নে বেয়া? শুনক মেডিচিনৰ এম ডি ডা: প্ৰিয়ংকা দাসৰ উত্তৰ৷

10/06/2024

আপোনাৰ অঞ্চলত কেনেকুৱা?

09/06/2024

জনাওক আপোনাৰ মতামত

09/06/2024

থোৰতে ধুবুৰী লোকসভা সমষ্টি : অতীত আৰু বৰ্তমান

ধুবুৰী জিলাৰ সম্পূৰ্ণ অংশ আৰু গোৱালপাৰা জিলাৰ একাংশ সামৰি গঠন হৈছে ৪ নং ধুবুৰী লোকসভা সমষ্টি।এই সমষ্টিটো অসংৰক্ষিত। ২০০৯ চনৰ পৰা ২০১৯ চনৰ নিৰ্বাচনলৈ নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি লোক সভা সমষ্টিটোত ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ আছিল।
২০০৯ চনৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৩,৭১,৯৪৯ জন।
এই আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল লাভ কৰিছিল ৫,৪০,৮২০ টা ভোট (৫১ শতাংশ)
কংগ্ৰেছৰ প্ৰাৰ্থী অৰ্থাৎ পূৰ্বৰ সাংসদ আনোৱাৰ হুছেইন লাভ কৰিছিল ৩,৫৬,৪০১ টা ভোট (৩৪ শতাংশ)
আনোৱাৰ হুছেইনক পৰাজিত কৰি প্ৰথম বাৰৰ বদৰুদ্দিন আজমলে ধুবুৰীত খোপনি পুতিবলৈ সক্ষম হয়।
২০১৪ চনৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৫,৫০,১৬৬ জন। দ্বিতীয় বাৰৰ বাবে বদৰুদ্দিন আজমল ৫,৯২,৫৬৯ (৪৩.২৬শতাংশ )ভোট লাভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীক পৰাস্ত কৰে। চৌধুৰীয়ে ৩,৬২,৮৩৯ (২৬.৪৯শতাংশ )
ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। বিজেপিৰ দেৱময় সান্নাল ২,৯৮,৯৮৫ (২১.৮৩ শতাংশ) লাভ কৰাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন মাত্ৰ ৯,৮৯৭ (০.৭২ %) ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
২০১৯ চনৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৮,৪৪,০৪০ গৰাকী ।
তৃতীয় বাৰৰ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল ৭,১৮,৭৬৭ ভোট [৪২.৬৬%]
লাভ কৰি নিকটতম প্ৰতিদ্বন্দি কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক পৰাস্ত কৰিছিল। বেপাৰীয়ে ৪,৯২,৫০৬ [ ২৯.২৩%] ভোট লাভ কৰাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে ৩,৯৯,৭৩৩ [২৩.৭২%] লাভ কৰি তৃতীয় স্থানত ক্ষান্ত থাকে।

পুৰ্বৰ কিছু কথা জানো আহক :
-------------------------------------------
১৯৫১ -৫২ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী আমজাদ আলী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
১৯৬২ চনত - গিয়াছ উদ্দিন (কংগ্ৰেছ)।
১৯৬৭ চনত - জাহান উদ্দিন আহমেদ ( প্ৰজা ছচিয়েলিষ্ট পাৰ্টী)
১৯৭১ চনত - মইনুল হক চৌধুৰী (কংগ্ৰেছ)
১৯৭৭ চনত - আহমেদ আলী (কংগ্ৰেছ)
১৯৮০ চনত - নুৰুল ইছলাম (কংগ্ৰেছ)
১৯৮৫ চনত - আব্দুল হামিদ (UMF)
১৯৯১- ৯৬ চনত নুৰুল ইছলাম(কংগ্ৰেছ)দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হৈছিল ।
১৯৯৮ চনত পুনৰ বাৰ আব্দুল হামিদ (কংগ্ৰেছ)ৰ
পৰা নিৰ্বাচিত হৈছিল।
২০০৪ চনত আনোৱাৰ হুছেইন (কংগ্ৰেছ)
নিৰ্বাচিত হৈছিল।
অৱশ্যে ২০০৯ চনত পুনৰ আনোৱাৰ হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থিয় দিয়ে যদিও বদৰুদ্দিন আজমলৰ ওচৰত পৰাজয় বৰণ কৰে। ২০০৯ চনৰ পৰা ২০১৯ চনৰ নিৰ্বাচনত তৃতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়।

পুৰ্বৰ লোকসভা সমষ্টিটোৰ ১০টা বিধানসভা সমষ্টি কেইটা তলত উল্লেখ কৰা হ’ল ।

১) ২১ নং মানকাচৰ

২) ২২ নং দক্ষিণ শালমাৰা

৩) ২৩ নং ধুবুৰী

৪) ২৪ নং গৌৰীপুৰ

৫) ২৫ নং গোলোকগঞ্জ‌

৬) ২৬ নং পশ্চিম বিলাসীপাৰা

৭) ২৭ নং বিলাসীপাৰা (পূব)

৮) ৩৭ নং গোৱালপাৰা (পূব)

৯) ৩৮ নং গোৱালপাৰা (পশ্চিম)

১০) ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হ'ল-

১/গোলকগঞ্জ,
২/গৌৰীপুৰ,
৩/ ধুবুৰী,
৪/ বীৰসিং-জৰুৱা,
৫/বিলাসীপাৰা,
৬/ মানকাচাৰ,
৭/ জলেশ্বৰ,
৮/ পূব গোৱালপাৰা,
৯/ সৃজনগ্ৰাম,
১০/ মন্দিয়া
১১/ চেঙা বিধানসভা সমষ্টি।
উল্লেখ্য যে সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১৮,৪৪,০৪০ গৰাকী। বৰ্তমান ধুবুৰী লোকসভা সমষ্টিত সর্বমুঠ ২৬,৬৩,৯৮৭ গৰাকী ভোটাৰ । সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ সংখ্যা‌ প্ৰায় ৮০ শতাংশ।
এইবাৰৰ অৰ্থাৎ ২০২৪ ৰ প্ৰাৰ্থী আছিল মৌলানা বদৰুদ্দিন আজমল (এ আই ইউ ডি এফ)
কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ৰকিবুল হুছেইন ।
অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম । আৰু অন্যান্য আছে। এইবাৰ অভিলেখ সংখ্যক ভোটত ৰকিবুল হুছেইনৰ জয় আৰু তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পৰাজয়ে গোটেই দেশতে ধুবুৰীক চৰ্চিত কৰি তুলিছে৷

(বি:দ্ৰ : আমি নতুনকৈ ধুবুৰী লোকসভা সমষ্টিত সন্নিৱিষ্ট হৈছোঁ। সেয়ে বহু তথ্য জনা নাছিলো । বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখনি প্ৰস্তুত কৰা হৈছে ) । কিবা তথ্যত ভুল হ'লে বিজ্ঞজনে শুধৰাই দিব।
যুৱ প্ৰজন্মই তথ্য সমূহ জনাৰ প্ৰয়োজন আছে।

( মনোৱাৰ হুছেইন,যোগীঘোপা )

08/06/2024

কমেন্ট বক্সত লিখক মন্তব্য

07/06/2024

এটা গুৰুত্বপুৰ্ণ বাৰ্তা, ইছলামধৰ্মীসকলৰ বাবে৷ এটা শ্বেয়াৰ কৰি দিব৷

07/06/2024

লিখক শুভকামনাৰ এশাৰী বাক্য

06/06/2024

শিক্ষাৰ্থীৰ ওচৰলৈ উভতি আহিছে মৌলানা বদৰুদ্দিন আজমল৷ 600 শিক্ষাৰ্থীয়ে পালে মেডিকেল৷

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Videos (show all)

আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আজমল ফাউণ্ডেচনৰ প্ৰসংগত যি কথা ক'লে৷
কি বিস্ময় দেখুৱালে একেবাৰতে জন্ম লোৱা তিনি বিস্ময় সন্তানে?
হোজাইৰ এইখন বিদ্যালয়ৰ পদক্ষেপ ভাল পাব আপুনি৷
কালিলৈকে মণ্ডলে পাত্তা নিদিয়া মাজুলীৰ ত্ৰিসিদ্ধ নাথ আজি মণ্ডলসকলৰ বিগ বছ
ভিডিঅটো এটা শ্বেয়াৰ কৰি মানৱ দৰদী লোকৰ চকুত পেলাই দিব
সাগৰৰ প্ৰচণ্ড ঢৌৱে যেতিয়া শ্বাহিদুল আলমক খুন্দা মাৰিছিল
চুগাৰ ফ্ৰি ব্যৱহাৰ ভাল নে বেয়া?
600 শিক্ষাৰ্থীয়ে পালে মেডিকেল
নবীয়ে দিয়া শিক্ষা আজি বিজ্ঞানেও উপলব্ধি কৰিছে
বৰবহা হাইস্কুলত মৰ্কজুল মা'আৰিফৰ বৃক্ষ ৰূপণ আৰু গছপুলি বিতৰণ
আলহাজ ৰুহুল আমীন আমীৰ চাহাব আৰু নাই
সৰুৰে পৰা দেখা সপোণ কষ্টৰ দ্বাৰা কৰিলে সাৰ্থক

Telephone

Address


Hojai
782435

Other Media/News Companies in Hojai (show all)
Az News point Az News point
Hojai, 782435

স্বাগতম জনাইছোঁ আপোনাক "AZ News Point" লৈ। আমাৰ Channel টো এবাৰ visit কৰিব আৰু চাব, Follow কৰিব l

HOJAI LIVE HOJAI LIVE
Hojai

new video uploaded

ASSAM TIME 24 ASSAM TIME 24
Changmaji
Hojai, 782440

সোতৰ বিপৰীতে ৰাইজৰ স্বার্থত সদায় আমি আগত

Joynagar LIVE Joynagar LIVE
Hojai
Hojai

NO NEWS ONLY VIEWS

B LIVE ASSAM 24×7 B LIVE ASSAM 24×7
Doboka
Hojai

সৎ‌ পথ সৎ চিন্তা লৈ ৰাইজৰ কাষত B LIVE ASSAM 24X7

Hojai Assam News Live Hojai Assam News Live
Time's Hojai
Hojai, TIME'SHOJAI

Time's Hojai

Green Assam Blog Green Assam Blog
Pub Jaruni Doboka
Hojai, 782440

The prime platform where you can find everything what you need to know. It's a continuous process.

Sylheti News Assam Sylheti News Assam
Chowdhury Bazar
Hojai, 782439

ঘটনাৰ লগে লগে খবৰ পাইবেন। (Sylheti News Assam)

North East Media North East Media
Hojai
Hojai, 782435

we always give you true information

Faltu tv 24 Faltu tv 24
Hatikhali Hojai
Hojai, 8011337845

Faltu tv 24

Jamal uddin vlogs Jamal uddin vlogs
Hojai

Please follow me

Islamic Multi Media Hojai Islamic Multi Media Hojai
Hojai
Hojai, HOJAI

Islamic Multi Media Hojai